• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাংতকৰ মাজতে ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ভাৰতৰ দীর্ঘ দূৰত্ব ৰে’ল কন্যাকুমাৰীত প্ৰৱেশ

ৰে'ল বিভাগে ক'ৰ'নাংতকৰ বাবে যাত্ৰীবাহী ৰে'ল বন্ধ কৰাৰ পিছত শেষৰখন ৰে'লে যাত্ৰা সামৰণি মাৰে কালি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2020 7:47 am
train-india-lockdown.jpg

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ যাত্ৰা কৰা দেশৰ দীৰ্ঘতম দূৰত্বৰ যাত্ৰীবাহী বিজয়া এক্সপ্ৰেছ ৰে’লখন কন্যাকুমাৰীত গৈ উপস্থিত হৈছে।

শনিবাৰে নিশা ডিব্ৰুগড়ৰ পৰা নামনিমুৱা যাত্ৰা আৰম্ভ কৰা বিবেক এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখনে বুধবাৰে পুৱা ৯.৩৬ বজাত ৮২ ঘণ্টা ৫০ মিনিট যাত্ৰা কৰাৰ অন্তত গন্তব্য স্থান কন্যাকুমাৰী ৰেল’ৱে ষ্টেচনত প্ৰৱেশ কৰে। দক্ষিণাত্য ৰে’লৱেই এই কথা প্ৰকাশ কৰিছে।

Apply Now

Train no: 15906 (Vivek Express) reached its destination today at 9:36. It began its journey before #JantaCurfew. The last train in the entire IR to complete it’s journey. The train ran at less than 50% occupancy through out most part of it journey. @RailMinIndia pic.twitter.com/tgBMudyQK1

— @GMSouthernrailway (@GMSRailway) March 25, 2020

কন্যাকুমাৰীত প্ৰৱেশ কৰাৰ সময়ত ৰে’লখনত কৰ্মচাৰীসহ মাত্ৰ ১৫ জন যাত্ৰী আছিল। ৰে’লখনত যাত্ৰা কৰা সকলো যাত্ৰীকে আইচলেশ্যন ৰখা হৈছে।

উল্লেখ্য দেশৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে’লখনে ৪,২০০ কিলোমিটাৰ যাত্ৰা কৰাৰ অন্তত কন্যাকুমাৰী ৰে’লৱে ষ্টেচনত প্ৰৱেশ কৰিছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ আতংকৰ বাবে ইতিমধ্যে ভাৰতীয় ৰে’ল বিভাগে সকলোবোৰ যাত্ৰীবাহী ৰে’ল অহা ৩১ মাৰ্চ পৰ্যন্ত চলাচলৰ বন্ধ ৰাখিছে।

স্বামী বিবেকানন্দৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত দেশৰ বাবে তদানীন্তন ৰে’লৱে মন্ত্ৰী মমতা বেনাৰ্জীয়ে ডিব্ৰুগড়ৰ-কন্যাকুমাৰী নামনিমুৱা বিবেক একেপ্ৰছ ৰে’লখন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিছিল।

ৰে’লখনে অসমৰ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি নাগালেণ্ড, পশ্চিমবংগ, বিহাৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, কেৰেলা আৰু তামিলমাডুৰ  ৫৬ টা ষ্টেচনত ৰৈ কন্যাকুমাৰীত গৈ উপস্থিত হয়।

উল্লেখ্য যে, ১৩,৫২৩ ৰে’লেৰ দেশৰ প্ৰায় ২.৩ কোটি যাত্ৰীয়ে দৈনিক ৰে’ল যাত্ৰা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd