• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৭২৪লৈ বৃদ্ধি, সৰ্বাধিক কেৰালাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 5:03 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

832
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৭ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৬৭ গৰাকী ৰোগীক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হৈছে।

কেৱল বৃহস্পতিবাৰৰ দিনটোতে ৮৫ গৰাকী নতুন কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। আন্দামান আৰু নিকোবৰত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে।

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

কৰ’নাভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে কেৰালা আৰু মহাৰাষ্ট্ৰ। কেৰালাত কৰ’নাভাইৰাছ আক্ৰান্ত ১৩৭ গৰাকীলৈ বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত এই সংখ্যা হৈছে ১৩০ (।)

কৰ্নাটকত ৫৫ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। তেলেংগানাত ৪৫ গৰাকী ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে গুজৰাটত চিনাক্ত হৈছে ৪৩ গৰাকী।

ৰাজস্থান আৰু পঞ্জাৱত ক্ৰমে ৩৯ আৰু ৩৩ গৰাকী ৰোগী চিনাক্ত হৈছে।

উত্তৰ প্ৰদেশত ৪০, দিল্লীত ৩৫, তামিল নাডুত ২৩ আৰু মধ্য প্ৰদেশত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হৈছে।

হাৰিয়ানাত ১৬, অন্ধ্ৰ প্ৰদেশত ১২ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখত ১৩ গৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

পশ্চিম বংগত দহ, চণ্ডীগড়ত সাত, বিহাৰত ছয়, ছত্তিশগড়ত ছয়, উত্তৰাখণ্ডত চাৰি, গোৱাত তিনি, ওড়িছাত দুই আৰু পুডুচেৰিত এগৰাকী ৰোগী চিনাক্ত হৈছে।

সমগ্ৰ বিশ্বত এতিয়ালৈকে পাঁচলাখৰো অধিক লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছে। ২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু ঘটিছে।

আমেৰিকাত ৮৩,০০০তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে। এই সংখ্যাই চীন, ইটালিকো চেৰাই গৈছে।

ভাৰতত কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

Recent News

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd