• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সাৰিবলৈ সুৰাপান; ৪৮০ জনৰ মৃত্যু, ২৮৫০ জন অসুস্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 3:50 pm
index.jpg1

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে কিছুমান ভুৱা প্ৰচাৰৰ দ্বাৰা প্ৰলোভিত হৈ বহু মানুহে জীৱনৈ মৰণ মাতি আনিছে।

তেনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে মধ্য প্ৰাচ্য দেশ ইৰাণত।

Apply Now

ক’ৰ’নাতংকই কঁপাই থকা দেশখনত বিষাক্ত সুৰাপান কৰি মৃত্যু ঘটিছে ৪০০ ৰো আধিক লোকৰ।

 

কিছুমান সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ মতে দেশখনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সুৰাপান কৰি দেশখনৰ প্ৰায় ৩০০ লোকৰ মৃত্যু ঘটিছে। আন ১ হাজাৰৰো অধিক লোক সুৰাপান কৰি অসুস্থ হৈ পৰিছে।

আনহাতে ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি দ্য এচ’ছিয়েট প্ৰেছে কয় যে শুকুৰবাৰলৈকে এই বিষাক্ত সুৰাপান কৰি ৪৮০ ৰো অধিক লোকৰ মৃত্যু ঘটাৰ লগতে ২,৮৫০ লোক অসুস্থ হৈ চিকিৎসাধীন হৈ আছে।

দেশখনৰ বহু লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ উদ্যোগিক সুৰাৰ পান কৰাৰ ফলত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে।

এই উদ্যোগিক সুৰাবিধ যথেষ্ট পৰিমাণে বিষাক্ত হোৱাৰ ফলতে বিষক্ৰিয়াহৈ লোকসকলৰ মৃত্যু ঘটা বুলি ইৰাণৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে।

সুৰাপান কৰাৰ ফলত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰে বুলি প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত এই ধৰণৰ হৃদয়বিদাৰক ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি ইৰাণৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হোছেইন হাচ্ছানিয়ানে কয় যে ‘আন ৰাষ্ট্ৰবোৰে কেৱল ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত আমি দুটা মাৰাত্মক ব্যাধিৰ লগত যুঁজিব লগীয়া হৈছে। আমাৰ দুই শত্ৰু হৈছে বিষাক্ত সুৰাপান আৰু ক’ৰ’না ভাইৰাছ।’

প্ৰণিধানযোগ্য যে সুৰাপান কৰি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি বুলি দেশখনৰ চ’ছিয়েল মিডিয়াত বহুল ভাৱে প্ৰচাৰ লাভ হোৱাৰ পিছতে এনে ধৰণৰ ঘটনাবোৰ সংঘটিত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

আনহাতে ইছলামিক ৰিপাব্লিক ৰাষ্ট্ৰখনত বৰ্তমানলৈকে ২৯,০০০ ৰো অধিক লোক মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ২,২০০ ৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে, মধ্য প্ৰাচ্য দেশখনত ২০১৮ চনৰ ছেপ্তম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত মিথানলযুক্ত সুৰাপান কৰি ৭৬ লোকৰ মৃত্যু হোৱাৰ লগতে ৭৬৮ জন লোক অসুস্থ হৈছিল।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd