• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 1, 2020 2:27 pm
20200401_124813

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ থানাৰ গোচৰ নম্বৰ ১৩৪৪/১৯ৰ  পৰা জামিন লাভ কৰাৰ পাছতেই চাবুৱা থানৰ ২৮৯/১৯ নম্বৰৰ গোচৰত আজি অখিল গগৈক শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে।

চাবুৱা থানাৰ উক্ত গোচৰ সন্দৰ্ভত আজি শিৱসাগৰ জেইলত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে থকা শুনানিৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক।

ইফালে কোনো ৱাৰেন্ট নোহোৱাকৈৱে অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলিছে তেওঁৰ অধিবক্তা হেমেন বৰাই।

গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীৰ সৈতে অখিল গগৈ আৰু তেওঁৰ অধিবক্তাৰ হতাহতি হোৱা পৰিলক্ষিত হয়। গ্ৰেপ্তাৰৰ সময়ত অখিলে আৰক্ষীক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ সকিয়নী প্ৰদান কৰে।

শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনায়।

তেওঁ কয়, ‘লকডাউন মানি চলিবলৈ অসমীয়া মানুহৰ বাবে সহজ। বসন্ত বা আই ওলালে অসমীয়া মানুহে নিজকে নিলগাই ৰখাৰ পৰম্পৰা মানি চলেই। সেইবাবে অসমীয়া মানুহে লকডাউন মানি চলাতো জটিল নহয়’।

লকডাউন ভংগ কৰাৰ নামত আৰক্ষীয়ে যি অত্যাচাৰ চলাইছে সেইটো উচিত হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে।

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অসমবাসীলৈ আহ্বান জনোৱাৰ লগতে সমান্তৰালকৈ কাৰ বিৰুদ্ধে যুঁজ দিবলৈও কৃষক নেতাগৰাকীয়ে আহ্বান জনায়।

ইফালে তেওঁৰ স্বাস্থ্য বৰ্তমান ভাল নহয় বুলি জনালে সাংবাদিকক। মঙলবাৰে শিৱসাগৰ জিলা কাৰাগাৰত চেলাইন লোৱা বুলি কোৱাৰ লগতে তেওঁৰ  কিডনীত পাথৰ আৰু খাদ্যনলীত ঘাঁ হোৱাৰ কথা উল্লেখ কৰে।

আনহাতে  আবেগিক হৈ অখিল গগৈয়ে তেওঁৰ মাতৃক চকুৰ অপাৰেশ্যন কৰিবলৈ কয় আৰু পৰিয়ালৰ সকলোকে ভালদৰে থাকিবলৈ অনুৰোধ জনায়।

আনহাতে আজিৰ দিনটোৰ পৰা চাহ বাগান সমূহ খুলিবলৈ দিয়া কাৰ্যটো চৰকাৰৰ এক আত্মঘাটি সিদ্ধান্ত বুলি মন্তব্য কৰে গগৈয়ে।

তেওঁ চাহ শ্ৰমিক সকলক তেওঁলোকৰ মজুৰি বা অন্যান্য সুবিধা দি ২১ টা দিন লকডাউন পালন কৰাৰ সুবিধা দিবলৈ চৰকাৰক আহ্বান জনায়।

জেইলৰ ভিতৰত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰি অখিল গগৈয়ে কয়দীসকলক জামিনত মুক্তি দিয়াৰ বাবে অসম চৰকাৰক পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে।

অখিল গগৈয়ে আজি তেওঁক এইদৰে গ্ৰেপ্তাৰ কৰাটো বে আইনী বুলি কয় আৰু তেওঁক আজি গ্ৰেপ্তাৰ কৰা সকলো বিষয়াৰ ওপৰত গোচৰ তৰিব বুলি উল্লেখ কৰে।

অখিলৰ হুংকাৰ, ‘কা আন্দোলন কৰাতো যদি দেশদ্ৰোহ হয়, তেতিয়া মই হাজাৰ বাৰ এনেকুৱা কা আন্দোলন কৰিম। কোনো বিদেশী হিন্দুৱেই হওক বা মুছলমানেই হওক অসমত অহাটো মানি নলও’।

উল্লেখ্য যে অখিল গগৈক গ্ৰেপ্তাৰ কৰিবলৈ মঙলবাৰৰ পৰাই ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল শিৱসাগৰত বাহৰ পাতি আছিল।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd