• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত স্থাপন কৰিব ২১ খন আদৰ্শ আৱাসিক বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 7:31 am
Representative image
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংঘালঘু অঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক উত্তৰণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব চৰকাৰৰ এক বিশেষ আঁচনিৰ জৰিয়তে। উক্ত সংখ্যালঘু অঞ্চলত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যৰ ২১ খন জিলাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত স্থাপন কৰিব ২১ খন আদৰ্শ আৱাসিক বিদ্যালয় ।

শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত সংখ্যালঘু কল্যাণ বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধ্যক্ষতা কৰি সংখ্যালঘু কল্যাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদক এই আদৰ্শ আৱাসিক বিদ্যালয় সমূহ স্থাপনৰ ক্ষেত্ৰত ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখ্য যে এই আদৰ্শ বিদ্যালয়সমূহ সংখালঘুসকলৰ বাবে বহুখণ্ডীয়া আঁচনিৰ অধীনত স্থাপন কৰা হ’ব। ইয়াৰ বাবে অসম চৰকাৰে ইতিমধ্যে উপযুক্ত ভূমি ধাৰ্য কৰাৰ উপৰি প্ৰত্যেক বিদ্যালয় স্থাপনৰ বাবে প্ৰায় ৩০.৪২ কোটি টকা মঞ্জুৰ কৰিছে।

আদৰ্শ বিদ্যালয়ৰ বাবে অসম চৰকাৰে বাচনি কৰা বিদ্যালয় কেইখন হ’ল কামৰূপ, নলবাৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, উত্তৰ শালমাৰা, দৰং, বিশ্বনাথ, মৰিগাঁও, নগাঁও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও, ডিমা হাছাও, কাৰ্বি আংলং, লক্ষীমপুৰ, শোণিতপুৰ আৰু ওদালগুৰি।

আনহাতে উক্ত বৈঠকতে মুখ্য মন্ত্ৰীয়ে সংখ্যালঘু জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়িত হোৱা আঁচনিসমূহৰো পুংখানুপুংখ পৰ্যালোচনা কৰে।

ইয়াৰ উপৰি ১৪ বছৰৰ পাছত চৰ অঞ্চলৰ আৰ্থ-সামাজিক জৰীপ কাৰ্য চলোৱাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশনাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত ইতিমধ্যে অমিয় কুমাৰ দাস ইনষ্টিটিউটলৈ ২২.৫০ লাখ টকা মোকলাই দিছে আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবেও ৫০ লাখ টকা আছুতীয়াকৈ ধাৰ্য কৰিছে।

মুখ্য মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত বৈঠকতে সংখ্যালঘু হিতাধিকাৰীসকললৈ ছ’লাৰ গৃহ লাইট, ই-ৰিক্সা, ট্ৰেক্টৰ, টাৰা পাম্প আদি সামগ্ৰীসমূহ অতি শীঘ্ৰে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd