• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰিছে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 8:41 am
Deepor-beel-570x320

দীপৰ বিল

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী স্মাৰ্ট চিটি অভিযানৰ অধীনত দীপৰ বিলৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে ২৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিত থাকিব ছিউৱেজ ট্ৰিটমেন্ট প্লেন্ট (এছটিপি) স্থাপনৰ জৰিয়তে দীপৰ বিলৰ পানীৰ গুণাগুণ উন্নত কৰা, সঠিক জলাশয় নিৰ্দ্ধাৰণৰ জৰিয়তে বিলটোৰ অঞ্চলত প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, বিলটোৰ বানৰ মোকাৱিলা কৰিব পৰা ব্যৱস্থাপনাৰ লগতে ৰামচৰ দিশত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা আদি। দ্য আছাম ট্ৰিৱিউনৰ এক বাতৰি পৰিৱেশন কৰিছে।

Apply Now

‘’স্মাৰ্ট চিটিৰ প্ৰস্তাৱ অনুসৰি নগৰ উন্নয়ন মন্ত্ৰালয়ক দাখিল কৰা নথিপত্ৰৰ পিছত দীপৰ বিল আঁচনিৰ বাবে ২৫০ কোটি টকা অনুমোদন জনাইছে। প্ৰথম পদক্ষেপ হিচাপে জলাশয় সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত প্ৰথম পৰ্যায়ৰ উন্নয়নৰ অংশ হিচাপে কিছুমান কামৰ প্ৰস্তাৱ দিয়া হৈছে,’’-ড০ অংগমুথুৰ উদ্ধৃতিৰে কাকতখনে প্ৰকাশ কৰিছে।

বৰ্তমানৰ ৱাট্চ টাৱাৰ অঞ্চলৰ উন্নতকৰণ, পথৰ প্ৰয়োজনীয় উন্নতকৰণ আৰু পামহি পথত আলোক চাকি তথা নাও চালনাৰ বাবে এটা নতুন ঘাট গঢ়ি তোলাৰ পৰিকল্পনাও লোৱা হৈছে।

‘’উদ্দেশ্যটো হৈছে জলাশয়টোৰ সুৰক্ষাৰ লগতে মূল্যৱান জৈৱ বৈচিত্ৰসমূহৰ সুৰক্ষাৰ বাবে বিকাশৰ সীমা নিৰ্দ্ধাৰণ কৰি আমাৰ জলাশয়ৰ বাসিন্দাসকলৰ জল সুৰক্ষা সৃষ্টি কৰা। আমি আঁচনিখন নগৰ উন্নয়ন আৰু প্ৰকৃতিৰ সংৰক্ষণ দুয়োটা প্ৰয়োজনীয় দিশ মনত ৰাখি গ্ৰহণ কৰিছো,’’-উপায়ুক্তগৰাকীয়ে কয়।

এটা নান্দনিক দৃশ্য লক্ষ্যৰ স্থান, শিশুৰ খেলাৰ এলেকা, চিত্ৰিত দেৱাল, বিজ্ঞান মণ্ডল, ৱাটাৰ কুলাৰ, বহাৰ বাবে স্থান, পাৰ্কিং স্থান, দোকান আৰু অস্থায়ী খাদ্যৰ বিপণীৰ লগতে অন্যান্য ব্যৱস্থা থাকিব।

তদুপৰি, আঁচনিত এবাৰ পানীৰ বৰ্জিত পেলনীয়া সমূহ মানুহৰ দ্বাৰা বা যন্ত্ৰৰ দ্বাৰা নিস্কাষণ কৰি নিস্কাষিত পেলনীয়াসমূহ জৈৱিক সাৰ বা পচন সাৰলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থাও ৰখা হৈছে।

আঁচনিখনত বিলটোৰ পৰিস্কৰণৰ বাবে নিয়মিত বীজানুমুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱো ৰখা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am
ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd