• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছৰ বিৰুদ্ধে চাকি-বন্তিৰে ঐক্যবদ্ধ হৈ উজলিল সমগ্ৰ দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2020 9:51 pm
India lights diyas to show unity against COVID-19

শিৱসাগৰত প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই বন্তি প্ৰজ্বলন।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে দেওবাৰে বন্তি জ্বলাবলৈ জনোৱা আহ্বানৰ প্ৰতি দেশজুৰি ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।

দেওবাৰে সন্ধিয়া ন বজাত ন মিনিটৰ বাবে কাৰ্য্যতঃ বন্তিময় হৈ উঠে সমগ্ৰ ভাৰত।

Apply Now

গুৱাহাটীতো মহানগৰীৰ লোকসকলে ন বজাৰ লগে লগেই ঘৰৰ লাইট নুমুৱাই চাকি-বন্তি বা মমবাতি জ্বলোৱা পৰিলক্ষিত হয়।

বহুলোকে ম’বাইল ফোনৰ ফ্লেশ্বলাইট অন কৰিও প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনোৱা পৰিলক্ষিত হয়।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বাসগৃ্হত মাটিৰ চাকি জ্বলাই প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনায়।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পিযুশ হাজৰিকাই ম’বাইলৰ ফ্লেশ্ব জ্বলাই প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনোৱা পৰিলক্ষিত হয়।

শুকুৰবাৰে এটা ভিডিঅ’ বাৰ্তাযোগে প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক এই আহ্বান জনাইছিল।

ভিডিঅ’টোত প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক ৫ এপ্ৰিল ৰবিবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনায়।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে।

মমবাতি অথবা চাকি জ্বলোৱাৰ সময়ত নাগৰিক সকল কোনোকাৰণতে যাতে ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰ বাবেও মোদীয়ে অনুৰোধ কৰিছিল।

‘‘আজি সমগ্ৰ বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে ভাৰতৰ ১৩০ কোটি নাগৰিকৰ অব্যাহত থকা সংগ্ৰামৰ শলাগ লৈছে। জনতা কাৰ্ফিউৰ পৰা ল’কডাউনলৈ ভাৰতৰ জনসাধাৰণৰ ক’ৰ’নাক পৰাস্ত কৰাৰ একাগ্ৰতা বিশ্বই প্ৰত্যক্ষ কৰিছে,’’ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd