• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোৱাৰেন্টাইনত থকা তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য মিৰেল কুড্ডুছৰ জামাতি সকললৈ আহ্বান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2020 11:01 am
WhatsApp Image 2020-04-06 at 10.15.47 AM

তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য মিৰেল কুড্ডুছ।

5.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১০ মাৰ্চৰ পাছত দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ পৰা উভতি অহাসকলক ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় অসমৰ  তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য মিৰেল কুড্ডুছে।

“ইয়াত ভয় বা চিন্তাৰ কোনো কথা নাই। নিজৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ই জৰুৰী। এইক্ষেত্ৰত প্ৰশাসনক সহায় কৰাটো আমাৰ মৌলিক কৰ্তব্য,”-কুড্ডুছে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা ভিডিওটোত এইদৰে কয়।

তেওঁ লগতে প্ৰশাসন ব্যৱস্থাৰ শলাগ লৈ কয়, “প্ৰশাসন ব্যৱস্থাই ভাইৰাছ পৰীক্ষাৰ উত্তম ব্যৱস্থা কৰাৰ উপৰিও খাদ্য সামগ্ৰী, শোৱাৰ বাবে পৰিষ্কাৰ বিচনা, পানী, টুথপেস্ট, ব্ৰাছ, টাৱেল ইত্যাদি যোগানত কোনো ত্ৰুটি কৰা নাই।‘’

উল্লেখযোগ্য যে, যোৱা ৪ এপ্ৰিলৰ পৰা সৰুসজাই ষ্টেডিয়ামত কোৱাৰেন্টাইন হৈ আছে জ্যেষ্ঠ জামাতি তথা অভিনেতা মিৰেল কুড্ডুছ।

সৰুসজাই ষ্টেডিয়ামৰ অস্থায়ী শিবিৰৰ পৰিবেশ দেখি অভিভুত হৈ পৰিছে কুড্ডুছ।

“ষ্টেডিয়ামৰ এই পৰিবেশ স্বচক্ষে দেখি সঁচাকৈ মোহিত হৈছো। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অপূৰ্ব ব্যৱস্থা বা পদক্ষেপ দেখি তবলিগীক জামাতৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো,”-কুড্ডুছে এইদৰে কয়।

ইপিনে, যিসকলে বর্তমানলৈকে স্বাস্থ্য পৰীক্ষা কৰোৱা নাই তথা লুকাই আছে সেই সকলক প্ৰশাসনক বিচাৰি উলিয়াবলৈ আহ্বান জনোৱাৰ লগতে তবলিগী জামাতেও তথ্য পালে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে।

Tags: COVID19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd