• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুৰাৰ বিপনী খোলাৰ লগে লগে মহানগৰীত সুৰাপায়ী গ্ৰাহকৰ ভিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 13, 2020 12:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা ৰাজ্যত খুলি দিয়া হৈছে সুৰাৰ বিপনীসমূহ। আবকাৰী বিভাগে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈকে খুলিবলৈ নিৰ্দেশ দিছে বিপনীসমূহ।

তাৰ বাবে বহু দিন ডিঙি তিয়াব নোৱাৰা সুৰাপায়ী গ্ৰাহকসকলে পাইছে যথেষ্ট সকাহ। সেয়েহে পুৱা ১০ বজাৰ লগে লগে মহানগৰীৰ ভিন্ন প্ৰান্তৰ সুৰাৰ বিপনীত দেখা পোৱা গৈছে গ্ৰাহকৰ ভিৰ।

Apply Now

কিছু সংখ্যকে সামাজিক ব্যৱধান মানি সুৰা ক্ৰয় কৰিবলৈ থিয় হৈছে যদিও বসুসংখ্যকে মানি চলা নাই সামাজিক ব্যৱধান। তেওঁলোকে ১ মিটাৰ দূৰত্ব বজাই নাৰাখি জুম বান্ধি সুৰা ক্ৰয় কৰা পৰিলক্ষিত হ’ল।

মহানগৰীৰ খ্ৰীষ্টানবস্তি, উলুবাৰী, পল্টনবজাৰ আৰু ABCৰ কেইখনমান সুৰাৰ বিপনীত গ্ৰাহকৰ মাজত সামাজিক দূৰত্ব দেখিবলৈ পোৱা নগ’ল। সুৰাৰ বিপনীৰ স্বত্ত্বাধিকাৰীয়েও তেওঁলোকক সামাজিক ব্যৱধান মানি চলিবলৈ কোৱা পৰিলক্ষিত নহ’ল।

তাৰ বিপৰীতে অন্য কিছুসংখ্যক বিপনীত সামাজিক দূৰত্ব বজাই ৰাখি সুৰা ক্ৰয় কৰিবলৈ কৰ্মচাৰীয়ে গ্ৰাহকক অনুৰোধ কৰা দেখা যায়। সামাজিক ব্যৱধান মানি নচলা সকলক শাৰী পাতি ১ মিটাৰ দূৰত্বত থিয় হ’বলৈ আহ্বান জনাইছে মহানগৰ আৰক্ষীয়ে।

মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টানবস্তি, এবিচি, ভঙাগড়, বেলতলা, পল্টনবজাৰ ইত্যাদি অঞ্চলৰ সুৰাৰ বিপনীত পুৱা ১০ বজাৰ পৰা সুৰাপায়ী লোকৰ ভিৰ পৰিলক্ষিত হয়।

সুৰাৰ বিপনী সমূহতো বিভাগীয় নীতি নিৰ্দেশনা মানি গ্ৰাহকক সুৰা ক্ৰয়ৰ পূৰ্বে যোগান ধৰিছে হেণ্ড চেনিটাইজাৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd