• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুৰাৰ বিপনী খোলাৰ লগে লগে মহানগৰীত সুৰাপায়ী গ্ৰাহকৰ ভিৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 13, 2020 12:29 pm

1 min read

56.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ পৰা ৰাজ্যত খুলি দিয়া হৈছে সুৰাৰ বিপনীসমূহ। আবকাৰী বিভাগে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈকে খুলিবলৈ নিৰ্দেশ দিছে বিপনীসমূহ।

তাৰ বাবে বহু দিন ডিঙি তিয়াব নোৱাৰা সুৰাপায়ী গ্ৰাহকসকলে পাইছে যথেষ্ট সকাহ। সেয়েহে পুৱা ১০ বজাৰ লগে লগে মহানগৰীৰ ভিন্ন প্ৰান্তৰ সুৰাৰ বিপনীত দেখা পোৱা গৈছে গ্ৰাহকৰ ভিৰ।

কিছু সংখ্যকে সামাজিক ব্যৱধান মানি সুৰা ক্ৰয় কৰিবলৈ থিয় হৈছে যদিও বসুসংখ্যকে মানি চলা নাই সামাজিক ব্যৱধান। তেওঁলোকে ১ মিটাৰ দূৰত্ব বজাই নাৰাখি জুম বান্ধি সুৰা ক্ৰয় কৰা পৰিলক্ষিত হ’ল।

মহানগৰীৰ খ্ৰীষ্টানবস্তি, উলুবাৰী, পল্টনবজাৰ আৰু ABCৰ কেইখনমান সুৰাৰ বিপনীত গ্ৰাহকৰ মাজত সামাজিক দূৰত্ব দেখিবলৈ পোৱা নগ’ল। সুৰাৰ বিপনীৰ স্বত্ত্বাধিকাৰীয়েও তেওঁলোকক সামাজিক ব্যৱধান মানি চলিবলৈ কোৱা পৰিলক্ষিত নহ’ল।

তাৰ বিপৰীতে অন্য কিছুসংখ্যক বিপনীত সামাজিক দূৰত্ব বজাই ৰাখি সুৰা ক্ৰয় কৰিবলৈ কৰ্মচাৰীয়ে গ্ৰাহকক অনুৰোধ কৰা দেখা যায়। সামাজিক ব্যৱধান মানি নচলা সকলক শাৰী পাতি ১ মিটাৰ দূৰত্বত থিয় হ’বলৈ আহ্বান জনাইছে মহানগৰ আৰক্ষীয়ে।

মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টানবস্তি, এবিচি, ভঙাগড়, বেলতলা, পল্টনবজাৰ ইত্যাদি অঞ্চলৰ সুৰাৰ বিপনীত পুৱা ১০ বজাৰ পৰা সুৰাপায়ী লোকৰ ভিৰ পৰিলক্ষিত হয়।

সুৰাৰ বিপনী সমূহতো বিভাগীয় নীতি নিৰ্দেশনা মানি গ্ৰাহকক সুৰা ক্ৰয়ৰ পূৰ্বে যোগান ধৰিছে হেণ্ড চেনিটাইজাৰ।

Recent News

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd