• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ শংকা; ম্যানমাৰে মুকলি কৰি দিব ২৪০০০ কাৰাবন্দীক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 5:56 pm
2579 persons test Covid19 positive in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ম্যানমাৰৰ কাৰাগাৰৰ পৰা প্ৰায় ২৪,০০০ অধিক কাৰাবন্দীক মুকলি কৰি দিয়া হ’ব বুলি শুকুৰবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা হয়।

মানবীয় দৃষ্টিকোণ আৰু জনসাধাৰণৰ শান্তিৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰৰ চলিত নৱবৰ্ষৰ সময়তে দেশখনৰ ৰাষ্ট্ৰপতিয়ে ২৪,৮৯৬ গৰাকী কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, ম্যানমাৰত প্ৰতিবছৰ নৱবৰ্ষত বহু কাৰাবন্দীক মুকলি কৰি দিয়া হয়।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে ম্যানমাৰ চৰকাৰে একেলগে বৃহৎ সংখ্যক কাৰাবন্দীক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লয়।

ম্যানমাৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাষ্ট্ৰজোৰা ল’কডাউন চলি থকাৰ সময়তে বহু মানৱ অধিকাৰ সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনে কাৰাবন্দী সকলক মুকলি কৰি দিয়াৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰি আহিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ইয়াৰ পূৰ্বে ইৰাণতো বহু সংখ্যক কাৰাবন্দীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।

Recent News

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

১০ অক্টোবৰত ৪০ হাজাৰ নিৱনুৱাই লাভ কৰিব চৰকাৰী চাকৰি : ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd