• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

দেশৰ ২৩ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে নিজামুদ্দিনৰ জামাতে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 9:23 pm
Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজামুদ্দিনৰ জামাতে অসমকে ধৰি দেশৰ ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে।

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে এই তথ্য সদৰী কৰিছে।

Apply Now

“৪২৯১ গৰাকী তাবলিঘি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শৰ লোকক ২৩খন ৰাজ্যত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে,” মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়।

তেওঁ কয় যে অসমৰ ৩২টা আৰু অৰুণাচলৰ একমাত্ৰ ক’ভিড-১৯ পজিটিভ ঘটনাৰ নিজামুদ্দিনিৰ জামাতৰ সৈতে সম্পৰ্ক থকা।

তামিল নাডুৰ ৮৪, দিল্লীৰ ৬৩, তেলেংগানাৰ ৭৯, উত্তৰ প্ৰদেশৰ ৫৯ আৰু অন্ধ্ৰ প্ৰদেশৰ ৬১ শতাংশ ক’ভিড-১৯ পজিটিভ ঘটনা জামাতৰ সৈতে সম্পৰ্কিত।

আগৰৱালাই লগতে জনাই যে ১২খন ৰাজ্যৰ ২২খন জিলাত যোৱা ১৪ দিনত কোনো নতুন ক’ভিড-১৯ পজিটিভ ঘটনা ঘটা নাই।

এই জিলাসমূহৰ ভিতৰত অসমৰ কৰিমগঞ্জ, গোলাঘাট, কামৰূপ, নলবাৰী আৰু দক্ষিণ শালমাৰাও আছে।

উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশৰ লোহিত আৰু মণিপুৰৰ থাওবালো এই জিলাসমূহৰ ভিতৰত আছে।

ভাৰতত এতিয়ালৈকে ক’ভিড-১৯ত মৃত্যুৰ হাৰ ৩.৩ শতাংশ।

“মুঠ মৃত্যু হোৱা ১৪.৪ শতাংশ লোক ০-৪৫ বয়স গোটৰ, ১০.৩ শতাংশ ৪৫-৬০ বয়সৰ, ৩৩.১ শতাংশ ৬০-৭৫ বয়সৰ আৰু ৪২.২ শতাংশ ৭৫ বছৰ আৰু ঊৰ্ধ্বৰ,” আগৰৱালে কয়।

এতিয়ালৈকে ভাৰতত ১৪৭৯২গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

তাৰে ২০১৪ গৰাকী সুস্থ হৈছে বা তেওঁলোকক যাবলৈ দিয়া হৈছে। ৪৮৮ গৰাকীৰ মৃত্যু হৈছে।

বৰ্তমান দেশত সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে ১২২৮৯গৰাকী।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd