• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছেমছাঙৰ ডিলাৰত বিক্রী মাছ, মাংস, কণী; জব্দ কৰিলে প্ৰশাসনে

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 20, 2020 11:54 am
1.6k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ নিয়ম উলংঘা কৰি খোলা ৰখা গুৱাহাটীৰ এখন ছেমছাঙৰ ডিলাৰ আজি মহানগৰ প্ৰশাসনে চীল কৰে। উক্ত ছেমছাঙৰ ডিলাৰখন মহানগৰীৰ ৰাজধানী মচজিদৰ সমীপত আছে।

ৰাজধানী মছজিদৰ সমীপত গুৱাহাটী পৌৰনিগম আৰু পশুপালন বিভাগে চলোৱা অভিযানত উক্ত ডিলাৰখন চীল কৰা হয়।

ডিলাৰখনত বিনা অনুমতিত মাছ আৰু মাংসৰ লগতে কণী বিক্ৰী কৰি অহা হৈছিল। প্ৰশাসনে প্ৰতিষ্ঠানখনৰ পৰা ৭১ কাৰ্টন কণী জব্ধ কৰে।

জানিব পৰা মতে দোকানখনক কেৱল শাক-পাচলি বিক্ৰী কৰাৰ বাবেহে প্ৰশাসনে অনুমতি দিছিল। ইপিনে শাক-পাচলি সমূহো ইয়াত যথেষ্ট অস্বাস্থ্যকৰভাৱে বিক্ৰী কৰি অহাৰ লগতে অধিক দামত বিক্ৰী কৰি আছিল প্ৰতিটো সামগ্ৰী।

মহানগৰ প্ৰশাসনে ডিলাৰখনত বিনা অনুমতিত বিক্ৰী কৰি থকা সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে দোকানখন চীল কৰে।

Tags: COVID19

Recent News

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd