• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছৰ বাবে বদনামী চীন; কিন্তু চীনৰ মনোৰঞ্জনধৰ্মী ‘টিক-টক’ত ব্যস্ত কোটি কোটি ভাৰতীয়

লকডাউনৰ দিনকেইটাত ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত whatsapp ক পিছ পেলালে TIKTOK য়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 24, 2020 10:39 am
1277533

প্ৰতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ উৎপত্তিস্থল হিচাপে চীনক বিশ্বই সমালোচনা কৰি আহিছে। বিশ্বজুৰি এই ভাইৰাছে মৃত্যুৰ কিৰিলি পৰা বাবে বহুতে চীনক কটু সমালোচনাও কৰা পৰিলক্ষিত হৈছে।

বৰ্তমানলৈকে সমগ্র বিশ্বতে ২৭ লক্ষাধিক লোকলৈ এই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ লগতে ডেৰ লক্ষাধিক লোকে মৃত্যুক আঁকোৱালি লৈছে। ভাৰততো ২৩ সহস্ৰাধিক লোক এই ভাইৰাছৰ কৱলত পৰাৰ লগতে ৭ শতাধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।

Apply Now

বিশ্বজুৰি এই কৰ’নাৰ সন্ত্ৰাসৰ পাছতো বৰ্তমানো চীনত নিৰ্মিত ভিডিও sharing app টিক-টকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। বিশ্বৰ ভিতৰত নৱম ধনী ব্যক্তি চীনৰ ৩৬ বছৰীয়া  Zhang YiMing য়ে এই এপ প্ৰস্তুত কৰি উলিয়াইছিল য’ত নেকি আপুনি ৩ চেকেণ্ডৰ পৰা ৬০ চেকেণ্ড পৰ্যন্ত ভিডিও প্ৰস্তুত কৰি বিভিন্ন সামাজিক মাধ্যমত আপলোড কৰিব পাৰে।

স্বাভাৱিকতে ভাৰতীয় লোকে বিভিন্ন সময়ত চীনক গালি পাৰি আহিছে যদিও তাৎপৰ্যপূৰ্ণভাৱে লকডাউনৰ ৩১ দিনলৈকে ভাৰতত বৃদ্ধি পাইছে এই টিক-টকৰ জনপ্ৰিয়তা।

ইণ্টাৰনেটত লাভ কৰা তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ৮০০ মিলিয়ন সক্ৰিয় টিক-টক ব্যৱহাৰকাৰী আছে। তাৰে ভাৰতত আছে ১১৯ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰী। লগতে প্ৰায় ২৭৭ মিলিয়ন লোকে এই এপ ডাউনলোড কৰিছে। আমেৰিকাতো ১২৩ মিলিয়ন লোকে সক্ৰিয়ভাৱে ব্যৱহাৰ কৰে এই এপ।

আপুনি শুনি আচৰিত হ’ব যে ভাৰতত লকডাউনৰ দিনকেইটাত whatsapp তকৈ অধিক জনপ্ৰিয় হৈ পৰিছে টিক-টক এপ। এই দিনকেইটাত ২০ মিলিয়ন লোকে whatsapp ডাউনলোড কৰাৰ বিপৰীতে প্ৰায় ৫০ মিলিয়ন লোকে নতুনকৈ একাউণ্ট খুলিছে টিক-টকত।

লকডাউনৰ ফলত শিক্ষানুষ্ঠান, কাৰ্য্যালয় বন্ধ তথা জৰুৰীকালীন সেৱাক বাদ দি সৰহসংখ্যক লোক গৃহ বন্দী হৈ আছে। যাৰ ফলত অস্বস্তি বা অশান্তিৰ মাজেৰে দিন কটাবলগীয়া হৈছে বহুতে।

বহু সংখ্যক লোকে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা ফলত সু-স্বাদু ৰন্ধন প্ৰকৰণ তৈয়াৰ কৰি সময় অতিবাহিত কৰিছে। অন্য কিছু সংখ্যকে ফেচবুক, whatsapp কৰি তথা কিতাপ পঢ়ি, গেম খেলি সময় অতিবাহিত কৰিছে।

তাৰ ভিতৰত আকৌ বহুতেই মনোৰঞ্জনৰ আহিলা হিচাপে বাচি লৈছে টিক-টক। বলিউড, হলিউডৰ তাৰকা, কণ্ঠশিল্পী, অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি তথা যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে এতিয়া এই এপৰ জৰিয়তে ভিডিও প্ৰস্তুত কৰি ছচিয়েলl মিডিয়াত চৰ্চিত হৈছে।

বহু প্ৰতিভা ইতিমধ্যে টিক-টকৰ জৰিয়তে বিকশিত হোৱাও পৰিলক্ষিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে বহুসংখ্যকে এই টিক-টক এপক পূৰ্বতে গালি পাৰিছিল বা সমালোচনা কৰিছিল যদিও লকডাউনৰ সময়ছোৱাত তেওঁলোকেও এই এপ ব্যৱহাৰ কৰি বিভিন্ন ভংগীমা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

শেহতীয়াকৈ শাসকীয় বিজেপিকে ধৰি অন্য বিৰোধী দলৰ অনুৰাগী সকলেও নিজ নিজ দলৰ নীতি-কৌশলক সমৰ্থন জনাই টিক-টকত ভিডিও প্ৰস্তুত কৰিছে।

সেয়েহে ক’ব পাৰি যে, এফালে মৃত্যুৰ আতংকৰ সৃষ্টিকাৰী বুলি গালি পৰা চীনে এতিয়া লকডাউনৰ সময়ছোৱাত মনোৰঞ্জনৰ মাজেৰে সময় অতিবাহিত কৰিবলৈ ভাৰতীয়লৈ আগবঢ়াইছে এক সুন্দৰ উপহাৰ!

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd