• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিল এটি ৪ মহীয়া শিশুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 12:11 pm
kerala-1587700804

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতৰ কেৰালাত আজি ক’ৰ’নাত আক্ৰান্ত এটি ৪ মহীয়া শিশুৰ আজি মৃত্যু হয়। এই মৃত্যুৰ ঘটনাই ৰাজ্যখনত এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

শিশুটিৰ মৃত্যু ৰাজ্যখনৰ কোঝিকড়ে মেডিকেল কলেজত হৈছে। শিশুটিৰ দেহত বৃহস্পতিবাৰেহে ক’ৰ’না পজিটিভ ধৰা পৰিছিল।

Apply Now

জানিব পৰা মতে, চিকিৎসালয়খনত যোৱা তিনি মাহ ধৰি শিশুটিৰ হাৰ্টৰ লগতে নিম’নিয়াৰ চিকিৎসা চলি আছিল।

‍‘কালি কোভিদ-১৯ ধৰা পৰা মালাপ্পুৰমৰ এটি ৪ মহীয়া শিশুৰ আজি ৰাতিপুৱা কোঝিকড়ে মেডিকেল কলেজত মৃত্যু হয়। যোৱা তিনি মাহ ধৰি শিশুটিৰ হৃদযন্ত্ৰজনিত সমস্যাৰ চিকিৎসা চলি আছিল।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ বিপৰীতে দিনে দিনে তীব্ৰ হাৰত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈ আছে। ভাৰতত এই পৰ্যন্ত ২৩ হাজাৰৰো অধিক কোভিদ-১৯ত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৭১৮ গৰাকী লোকৰ।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd