• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানৰ ৰেড জ’নৰ পৰা অসমলৈ বাছেৰে আহি আছে ছাত্ৰ-ছাত্ৰীৰ এটা বৃহৎ দল; ৰখা হ’ব কোৱাৰিণ্টাইনত

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
April 24, 2020 8:41 pm
Assam Students

ছাত্ৰ-ছাত্ৰীৰ দলটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ কোটাত অধ্যয়তৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল অসম চৰকাৰৰ সহযোগত অসমলৈ আহি আছে।

কামৰূপ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক পণজিৎ‌ দুৱাৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰাজস্থানৰ পৰা অসমলৈ অসমৰ শিক্ষাৰ্থী দলটোক লৈ আহি আছে।

Apply Now

মুঠ ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক ১৮ খন বিশেষ বাছৰে অসমলৈ লৈ আহি থকা হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগৰে বয়স ১৮ বছৰতকৈ কম হ’ব বুলি মন্ত্ৰী গৰাকীয়ে লগতে জনায়।

অসমৰ শিক্ষাৰ্থী সকলক লৈ আহি থকা বাছ কেইখনৰ এই যাত্রা নিৰীক্ষণ কৰি আছে আই পি এছ বিষয়া তথা বৰ্তমান ৰাজ্যৰ ক’ৰ’না কণ্ট্ৰলৰ তত্বাৱধায়ক আনন্দ প্ৰকাশ তিৱাৰীয়ে।

অৱশ্যে, বাছৰ ভাড়া ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে বহন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনায়। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৭০০০ টকাকৈ বাছৰ ভাড়া বহন কৰিছে বুলি হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উল্লেখ কৰি অসম চৰকাৰে বিভিন্ন ৰাজ্যৰ মাজেৰে পাৰ হৈ আহিবলগীয়া যাৱতীয় অনুমতিৰ ক্ষেত্ৰতহে সহায় কৰিছে বুলি জনায়।

যাত্ৰা বাটত উত্তৰ প্ৰদেশত যোগী চৰকাৰে দলটোক নিশা থকাৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও হিমন্ত বিশ্ব শৰ্মাই উত্তৰপ্ৰদেশ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

ছাত্ৰ-ছাত্ৰীৰ দলটো অহা ২৬ এপ্ৰিলৰ পুৱা ৫:৩০ বজাত গুৱাহাটীত উপস্থিত হ’ব বুলি তেওঁ সংবাদমেলত জনায়।

ৰাজস্থানৰ ৰেড জ’নৰ পৰা অহা বাবে ছাত্ৰ-ছাত্ৰীৰ দলটোক পোনে পোনে ১৪ দিনৰ বাবে কোৱাৰিন্টাইন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।ছাত্ৰ-ছাত্ৰীসকলক আনিবৰ বাবে যোৱা ৮ জনীয়া আৰক্ষীৰ দলটোকো কোৱাৰিন্টাইনত ৰখা হ’ব বুলি তেওঁ কয়।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd