• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ জিলালৈ যোৱাৰ প্ৰয়োজনীয় অনুমতিপত্ৰৰ কামত দিনে-নিশাই ব্যস্ত কামৰূপ মহানগৰ জিলা প্ৰশাসন

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 24, 2020 10:33 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ৰ বাবে ৩ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে জনসাধাৰণ।

দেশৰ লগতে অসমৰো বিভিন্ন স্থানত কৰ্মৰত লোক সকল আৱদ্ধ হৈ পৰিছে ল’কডাউনৰ ফলশ্ৰুতিত।

Apply Now

অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকলক ঘৰলৈ যোৱাৰ বাবে ২৫, ২৬ আৰু ২৭ তাৰিখে যাত্ৰা কৰিব পাৰিব বুলি ঘোষণা কৰিছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

অসম চৰকাৰে এই সকল লোকৰ বাবে পাচ(অনুমতি পত্ৰ)ৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছিল।

এই ঘোষণাৰ পাছতে প্ৰয়োজনীয় পাচৰ কামত দিনে-নিশাই কাম অব্যাহত ৰাখিছে কামৰূপ  জিলা প্ৰশাসনে ৷

হোৱাটচএপ আৰু অনলাইন যোগে প্ৰায় ছয় সহস্ৰাধিকৰো অধিক লোকে পাচৰ বাবে আবেদন কৰিছে ৷ এই আবেদনসমূহ পৰীক্ষা কৰি বৃহস্পতি বাৰে দুপৰ নিশালৈ আবেদন সমূহ পৰীক্ষা কৰি  ১,০০০ গৰাকী লোকক অনুমতি পত্ৰ দিয়াৰ বিপৰীতে প্ৰায় ১,২০০ গৰাকী লোকৰ বিভিন্ন কাৰনত আবেদন বাতিল কৰা হয়।

এই কথা জানিবলৈ দিয়ে কমৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপাযুক্ত বিপুল দাসে ৷

আনহাতে, জিলা প্ৰশাসনৰ হোৱাটচএপৰ সলনি বহুতে ফোন নম্বৰটিত ফোন কৰিছে বুলি জানিব দিয়ে ফলত অসুবিধা সৃষ্টি হৈছে ৷ সেয়ে দাসে ফোন নকৰি হোৱাটচআপত যোগাযোগ কৰিবলৈ আহ্বান জনাই জনসাধৰনক ৷

উপাযুক্ত বিশ্বজিৎ পেগুৱে নিজেই প্ৰতিটো কামৰ তদাৰক কৰিছে ৷ আনকি দুপৰ নিশালৈ অনলাইন যোগে অহা প্ৰতিখন আবেদন পৰীক্ষা কৰি নিশা উজাগৰে থাকি হলেও সকলো লোকক আজিৰ ভিতৰতে অহা আৰু যোৱাৰ পাচ দিব বুলি জনাই অতিৰিক্ত উপাযুক্ত গৰাকীয়ে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd