• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোভিদ-১৯-ৰ পুজিৰ বাবে আই পি এলৰ স্মৰণীয় ক্ৰিকেটৰ সামগ্ৰী নিলাম কৰিব কোহলী আৰু ভিলিয়াৰ্ছে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2020 1:52 pm
কোহলী আৰু ভিলিয়াৰ্ছ

কোহলী আৰু ভিলিয়াৰ্ছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্ত সকলৰ বাবে সাহায্য পুজি গঠনৰ বাবে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে তেওঁলোকৰ আই পি এলৰ কিছু সংখ্যক স্মৰণীয় সামগ্ৰী নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

২০১৬ চনত আই পি এলৰ  এখন খেলত গুজৰাট লায়নছৰ বিৰুদ্ধে বিৰাট কোহলী আৰু ভিলিয়াৰ্ছে ২২৯ ৰানৰ যুটি বান্ধিছিল য’ত দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে শতকীয় ইনিংছ খেলিছিল। এই খেলখনত দুয়ো ব্যৱহাৰ কৰা ক্ৰিকেটৰ সামগ্ৰী সমূহ কোভিদ-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে সাহায্য পুজি গঠনৰ হকে দুয়ো নিলাম কৰিব।

Apply Now

‘‘খেলখনত মই ১২০ ৰান আৰু তুমিও শতৰান কৰিছিলা…..যিটো প্ৰতিদিনে নহয়,’’ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ গৰাকীয়ে কয়।

‘‘অংশ লওক…..কিছু সংখ্যক মানুহে নিজৰ খাদ্য লাভ কৰিব,’’ ভিলিয়াৰ্ছে লগতে কয়।

উল্লেখযোগ্য যে, বিৰাট কোহলী আৰু ভিলিয়াৰ্ছে কোভিদ-১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰিব লাগে বুলি মন্তব্য কৰি সামাজিক দূৰত্ব আৰু ল’কডাউনৰ নিয়ম সমূহ মানি চলাটোৱে বৰ্তমানলৈ আটাইতকৈ নিৰ্ভৰযোগ্য উপায় বুলি কয়।

ভাৰতৰ লগতে দক্ষিণ আফ্ৰিকাতো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আনহাতে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলা বাতিল কৰা হৈছিল আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ সকলে ভাৰতৰ পৰা উভতি গৈ নিজ দেশত কোৱাৰিণ্টাইনত থাকিবলগীয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm
আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd