• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হ’টস্পট ধুবুৰী জিলাৰ পৰা কোকৰাঝাৰত প্ৰবেশ কৰিব নোৱাৰাকৈ ছীল কৰা হৈছে সীমান্ত পথ

ধুবুৰীৰ একাংশ চৰকাৰী কৰ্মীয়ে প্ৰৱেশ কৰে কোকৰাঝাৰত : নাই কোনো পৰীক্ষাৰ ব্যবস্থা

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
April 26, 2020 6:44 pm
IMG-20200426-WA0061
11.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব ব্যাপি কোভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা দ্বিতীয় পৰ্য্যায়ৰ লকডাউন অব্যাহত।

মহামাৰী ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ভাগ কৰা হৈছে ৰেড জ’ন, য়েল্ল’ জ’ন আৰু গ্ৰীণ জ’ন। সৌভাগ্যৱানেৰে গ্ৰীণ জ’নত সন্নিৱিষ্ট হৈছে কোকৰাঝাৰ জিলা।

কিন্তু ক’ৰ’নাৰ পৰা একেবাৰে মুক্ত নহয়  কোকৰাঝাৰ। কাৰণ চুবুৰীয়া জিলা ধুবুৰী বৰ্তমান ৰেড জ’ন অৰ্থাৎ হোটস্পত জিলা বুলি চিনাক্ত হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কোকৰাঝাৰ জিলা  প্ৰশাসনে বন্ধ কৰিছে ধুবুৰী পৰা কোকৰাঝাৰত প্ৰবেশ কৰা নায়েকগাঁও আমগুৰীস্থিত সীমান্ত পথ।  কটকটীয়া নিৰাপত্তা ব্যবস্থাৰ জৰিয়তে তহল দি ৰেড জ’ন ধুবুৰী জিলাৰ পৰা আহি কোকৰাঝাৰত প্ৰবেশ কৰিব অহা যিকোনো বাহন আৰু লোকক ঘূৰাই  পঠিয়ালে নিৰাপত্তা বাহিনীয়ে।

কিন্তু উদ্ধেগজনক কথাটো হৈছে হোটস্পট জিলা ধুবুৰী পৰা কেইজনমান চৰকাৰী কৰ্মীয়ে কোকৰাঝাৰত কৰ্মস্থলীলৈ আহে। কোকৰাঝাৰ জিলা প্ৰশাসনে সীমান্ত পথ ছীল কৰিছে ঠিকে কিন্তু উক্ত পথেৰে কেইজনমান চৰকাৰী কৰ্মীয়ে প্ৰবেশ কৰে পৰীক্ষা নকৰাকৈ।

ছীল কৰা প্ৰবেশ দুৱাৰত নাই কভিড-১৯ পৰীক্ষাৰ কোনো ব্যবস্থা। সেয়ে যিসকল চৰকাৰী কৰ্মীয়ে ধুবুৰী পৰা কোকৰাঝাৰলৈ আহে তেওলোকৰ বাবে পৰীক্ষা কৰি প্ৰবেশ কৰোৱাৰ ব্যবস্থা যদি নকৰে তেন্তে কৰ’না সংক্ৰমণৰ সম্ভাৱনীয়তা  একেবাৰে প্ৰৱল।

Tags: COVID-19

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd