• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পুলৱামা ছহিদৰ পত্নীয়ে আৰক্ষীক প্ৰদান কৰিলে ১০০০ PPE কিটছ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2020 5:20 pm
15_0
999
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হাৰিয়ানা আৰক্ষীক এগৰাকী ছহিদ জোৱানৰ পত্নীয়ে প্ৰদান কৰিছে ১০০০ পি পি ই কিটছ। ছহিদ জোৱানৰ পত্নীগৰাকী হ’ল নিতিকা ক’ল ধোন্দিয়াল।

উল্লেখ্য যে যোৱা বছৰ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংগঠন জইছ-ই-মহম্মদৰ সৈতে হোৱা ভয়াবহ সংঘৰ্ষত ছহিদ হৈছিল নিতিকাৰ স্বামী মেজৰ বিভূটি শংকৰ ধোন্দিয়াল।

ছহিদ জোৱানৰ পত্নীগৰাকীয়ে প্ৰদান কৰা পি পি ই (পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট) কিটছত মাস্ক, গ্ল’ভছ, চচমাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আছে।

ইফালে ফৰিদাবাদ আৰক্ষীয়ে নিতিকাৰ দেশপ্ৰেম আৰু মহানুভৱতাৰ শলাগ লোৱাৰ লগতে টুইটাৰযোগে ছহিদ জোৱানজনৰ পত্নীক ধন্যবাদ জ্ঞাপন কৰে।

@Nitikakaul Dhaundiyal Wife of Pulwama martyr Major Vibhuti Dhaundiyal,
Provided the 1000 PPE kits to @FBDPolice We heartily thanks her. We are also thankful to @Anubhuti009 @ManMundra

— Faridabad Police (@FBDPolice) April 26, 2020

হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰেও নিতিকাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে কয় যে দেশ মাতৃৰ হৈ নিজৰ জীৱন ত্যাগ কৰা মেজৰ ভিভূটি শংকৰ ধোন্দিয়ালৰ পত্নীয়ে হাৰিয়ানা আৰক্ষীলৈ ১০০০ পি পি ই কিটছ আগবঢ়াইছে, ইয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।

উল্লেখ্য যে হাৰিয়ানাত দেওবাৰলৈকে ২৯৬ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd