• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনত হতাশগ্ৰস্ত সকলৰ কাৰণে গীত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু শিল্পী সমাজলৈ ৰূপজ্যোতি কুৰ্মীৰ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 27, 2020 10:46 pm
Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে ৰাজ্যৰ চৌদিশে ল’কডাউন । এই লকডাউনৰ সময়ত ৰাজ্য চৰকাৰ তথা শিল্পী সমাজক এটি গীত প্ৰস্তুত কৰাৰৰ আহ্বান জনাইছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত ল’কডাউনৰ সময়ত হতাশগ্ৰস্ত সকলৰ বাবে এটি গীত প্ৰস্তুত কৰাৰৰ আহ্বান জনাই বিধায়ক গৰাকীয়ে।

Apply Now

‘‘ল’কডাউন চলি আছে, এই সময়ত আমি কিদৰে সময় পাৰ কৰিম।বিভিন্ন জনে বিভিন্ন কামত নিয়োজিত হৈ আছিল কিন্তু ল’কডাউনৰ বাবে কাম কৰিব পৰা নাই, আমি কি কৰিম, কি হ’ব আমাৰ ভবিষ্যত, এনেবোৰ কথাক লৈ হতাশগ্ৰস্ত হৈ আছে আমাৰ বহু লোক,’’ কুৰ্মীয়ে কয়।

ল’কডাউনৰ সময়ত হতাশ গ্ৰস্ত লোকসকলক মানসিক সাহস দিয়াৰ উদ্দেশ্যে চত্তীশগড়,নাগালেণ্ড চৰকাৰে এটি বাৰ্তা পঠিয়াইছে গীতৰ মাধ্যমেৰে সেয়ে অসম চৰকাৰকো তেনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায় কুৰ্মীয়ে।

‘‘মই অনুৰোধ জনাম চৰকাৰক স্বনামধন্য শিল্পী সকলক লৈ এটি গীত প্ৰস্তুত কৰিবলৈ। এই গীতৰ মাধ্যমেৰে আমি বিভিন্ন কামত সময় পাৰ কৰিব পাৰো। মানসিকভাবে আমি যাতে সবল হৈ থাকো,’’ বিধায়ক গৰাকীয়ে লগতে কয়।

‘‘যদি অসম চৰকাৰে নোৱাৰে মই সন্মানীয় শিল্পী সমাজক, আপোনালোক আগবাঢ়ি আহক আৰু এটি গীত প্ৰস্তুত কৰি ল’কডাউনৰ সময়ত হতাশগ্ৰস্ত সকলক সাহস দিয়ক। যি গানে হৃদয়ত স্থান পাব,’’ শিল্পী সমাজৰ প্ৰতি ৰূপজ্যোতি কুৰ্মীৰ আহ্বান।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd