• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যৰ সাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2020 7:37 am
Story-6-7-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে নিজৰ জীৱনৰ শংকা নেওচিও কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যখনৰ সাংবাদিকসকলক ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

সোমবাৰে এই কথা ঘোষণা কৰি মুখ্য মন্ত্ৰী সোণোৱালে টুইটাৰত লিখিছে: ‘’ফ্ৰন্টলাইনত থকা সাংবাদিকসকলে তেওঁলোকৰ জীৱনৰ শংকা লৈও, সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে সাহসেৰে কোভিড-১৯ৰ বাতৰি যুগুত কৰিছে আৰু তেওঁলোক আমাৰ প্ৰকৃত নায়ক। আমাৰ চৰকাৰে তেওঁলোকৰ প্ৰত্যেকৰ বাবে ৫০লাখ টকাৰ জীৱন বীমা আগবঢ়াব।‘’

Apply Now

জাৰ্মেলিষ্ট য়ুনিয়ন অফ আছাম(JUA), ইয়াৰ পিতৃ সংগঠন ইণ্ডিয়ান জাৰ্ণেলিষ্ট য়ুনিয়ন(IJU), গুৱাহাটী প্ৰেছ ক্লাৱ, দিছপুৰ প্ৰেছ ক্লাৱ আৰু জাৰ্ণেলিষ্ট এছোচিয়েশ্যন অফ আছাম(জাফা)ই মুখ্য মন্ত্ৰীৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

মুখ্য মন্ত্ৰীৰ ঘোষণাক আদৰমি জনাই JUA আৰু IJUৰ সভাপতি গীতাৰ্থ পাঠক, JUAৰ সাধাৰণ সম্পাদক ধনজিৎ কুমাৰ দাসে কয়,’’JUA আৰু ইয়াৰ পিতৃ সংগঠন IJUয়ে ইয়াৰ পূৰ্বে চৰকাৰক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ লগতে সাংবাদিকসকলকো কোভিড-১৯ বীমা আগবঢ়োৱাৰ দাবী জনাইছিল।‘’

গুৱাহাটী প্ৰেছ ক্লাৱে কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যখনৰ সাংবাদিকসকলক ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱাৰ সিদ্ধান্তক আদৰণি জনাইছে।

এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কৰ্তব্যৰত সাংবাদিকসকলে সন্মুখীন হোৱা স্বাস্থ্যৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে সময়কালীন সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

গুৱাহাটী প্ৰেছ ক্লাৱে অলপতে মুখ্য মন্ত্ৰীক সাংবাদিকসকলৰ জীৱন বীমাৰ বিষয়টো বিবেচনা কৰাৰ বাবে অনুৰোধ কৰিছিল।

আনহাতে, জাৰ্ণেলিষ্ট এছোচিয়েশ্যন ফৰ আছাম চমুকৈ জাফা আৰু দিছপুৰ ক্লাৱেও মুখ্য মন্ত্ৰীৰ এই সিদ্ধান্তক আদৰণি জনাইছে। সংগঠন দুটাই কিছুদিন পূৰ্বে এই সন্দৰ্ভত মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd