• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তক লৈ চৰম অসন্তুষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ হকে নহ'ল কোনো পদক্ষেপ : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2020 8:19 pm
Modi shows misery in giving cabinet berths to Assam MPs, says former CM Tarun Gogoi
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি অনুষ্ঠিত হোৱা অসম মন্ত্রী সভাৰ কেবিনেট বৈঠকক লৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসন্তুষ্টি ব্যক্ত কৰিছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ক’ৰ’নাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা আমাৰ কৃষক, পশুপালক, মধ্যম আৰু ক্ষুদ্র ব্যৱসায়ীসকল, দৈনন্দিন উপাৰ্জন কৰা দৈনিক মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিক সকাহ দিবৰ বাবে কেবিনেটে কোনো ব্যৱস্থা গ্রহণ নকৰাতো অতি পৰিতাপৰ বিষয়।”

Apply Now

গগৈৰ অভিযোগ, “চৰকাৰখনে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ এই লোকসকলৰ বাবে কোনো আঁচনিয়েই গ্রহণ কৰা নাই।”

সেয়েহে গগৈয়ে ৰাজ্য চৰকাৰক গৰিহণা দি লগতে কয়, “ক’ৰ’নাৰ ফলত বিস্তৰ ক্ষতিগ্রস্ত হোৱা এই লোকসকল যাতে ইয়াতকৈ অধিক দুৰ্দশাগ্ৰস্ত হৈ মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে অনতিপলমে সকাহ দিব পৰা এখন আঁচনি গ্রহণ কৰিব লাগে।”

ইপিনে, ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা অসমৰ ছাত্র-ছাত্রীসকলক ৰাজ্য চৰকাৰে নিজ ৰাজ্যলৈ ঘূূৰাই আনি তেওঁলোকৰ লগতে পৰিয়ালসমূহক যি সকাহ প্ৰদান কৰিলে তাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসম চৰকাৰক ধন্যবাদ জনায়।

অৱশ্যে, কোটাৰ ওপৰিও দেশৰ বিভিন্ন ঠাইত এতিয়াও অসমৰ বহু হাজাৰ ছাত্র-ছাত্রী দুৰ্ভাগ্যজনকভাৱে আৱদ্ধ হৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “ঠিক তেনেদৰে চিকিৎসা লাভৰ বাবে যোৱা বহুতো লোক বিভিন্ন ঠাইত আবদ্ধ হৈ আছে। যিসকলৰ দুখ কুলাই পাচিৰে নধৰা হৈছে। এই সকলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে অসম চৰকাৰে নিজ ৰাজ্যলৈ ঘূৰাই আনিব লাগে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd