• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তক লৈ চৰম অসন্তুষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ হকে নহ'ল কোনো পদক্ষেপ : তৰুণ গগৈ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
, April 28, 2020 8:40 pm

2 min read

Modi shows misery in giving cabinet berths to Assam MPs, says former CM Tarun Gogoi
1.9k
VIEWS
Share on FacebookShare on Twitter

কালি অনুষ্ঠিত হোৱা অসম মন্ত্রী সভাৰ কেবিনেট বৈঠকক লৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসন্তুষ্টি ব্যক্ত কৰিছে।

নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ক’ৰ’নাৰ ফলত বেয়াকৈ ক্ষতিগ্রস্ত হোৱা আমাৰ কৃষক, পশুপালক, মধ্যম আৰু ক্ষুদ্র ব্যৱসায়ীসকল, দৈনন্দিন উপাৰ্জন কৰা দৈনিক মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিক সকাহ দিবৰ বাবে কেবিনেটে কোনো ব্যৱস্থা গ্রহণ নকৰাতো অতি পৰিতাপৰ বিষয়।”

গগৈৰ অভিযোগ, “চৰকাৰখনে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ এই লোকসকলৰ বাবে কোনো আঁচনিয়েই গ্রহণ কৰা নাই।”

সেয়েহে গগৈয়ে ৰাজ্য চৰকাৰক গৰিহণা দি লগতে কয়, “ক’ৰ’নাৰ ফলত বিস্তৰ ক্ষতিগ্রস্ত হোৱা এই লোকসকল যাতে ইয়াতকৈ অধিক দুৰ্দশাগ্ৰস্ত হৈ মৃত্যুৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে অনতিপলমে সকাহ দিব পৰা এখন আঁচনি গ্রহণ কৰিব লাগে।”

ইপিনে, ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা অসমৰ ছাত্র-ছাত্রীসকলক ৰাজ্য চৰকাৰে নিজ ৰাজ্যলৈ ঘূূৰাই আনি তেওঁলোকৰ লগতে পৰিয়ালসমূহক যি সকাহ প্ৰদান কৰিলে তাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসম চৰকাৰক ধন্যবাদ জনায়।

অৱশ্যে, কোটাৰ ওপৰিও দেশৰ বিভিন্ন ঠাইত এতিয়াও অসমৰ বহু হাজাৰ ছাত্র-ছাত্রী দুৰ্ভাগ্যজনকভাৱে আৱদ্ধ হৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “ঠিক তেনেদৰে চিকিৎসা লাভৰ বাবে যোৱা বহুতো লোক বিভিন্ন ঠাইত আবদ্ধ হৈ আছে। যিসকলৰ দুখ কুলাই পাচিৰে নধৰা হৈছে। এই সকলোকে মানৱীয়তাৰ দৃষ্টিভংগীৰে অসম চৰকাৰে নিজ ৰাজ্যলৈ ঘূৰাই আনিব লাগে।”

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd