• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট বন্ধ সৰ্বাত্মক: ফেচবুকত সাম্প্ৰদায়িক মন্তব্য কৰা আজিজক গ্ৰেপ্তাৰৰ দাবীত উত্তাল গোলাঘাট

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 20, 2018 1:09 pm
Golaghat Town wears a deserted look during the Bandh
227
VIEWS
Share on FacebookShare on Twitter

ফেচবুকৰ জৰিয়তে ধৰ্মীয় আবেগত আঘাত হনা তথা সাম্প্ৰদায়িক মন্তব্য কৰা আব্দুল আজিজক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰৰ দাবীত মঙলবাৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধত জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আজিজে নিজৰ ফেচবুক একাউণ্টৰ পৰা হিন্দু সম্প্ৰদায়ে গো পূজা কৰা সন্দৰ্ভত এক সাম্প্ৰদায়িক মন্তব্য কৰিছিল। যাৰ পাচতে গোলাঘাট জিলাৰ সচেতন সমাজ তথা হিন্দু ধৰ্মৰ বিভিন্ন দল-সংগঠনে আজিজৰ গ্ৰেপ্তাৰৰ দাবীত মেৰাপানী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

গোচৰ ৰুজু হোৱাৰ পিছতো আজিজক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি অনুসূচীত জাতি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধত জিলাখনত সৰ্বাত্মক প্ৰভাৱ পৰে। চৰকাৰী-বেচৰকাৰী কাৰ্যালয়-প্ৰতিষ্ঠান, বিদ্যালয়, দোকান-পোহাৰ, বেংক সেৱা আদিৰ কাম-কাজ বন্ধ হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে এই পৰ্যন্ত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনাৰ খবৰ অহা নাই।

ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে মেৰাপানী-গোলাঘাট আৰু নাগালেণ্ড সংযোগী পথ অৱৰোধ কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে বুলিও শেহতীয়াকৈ আমালৈ খবৰ আহিছে। পৰিস্থিতি যাতে অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু  চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয়।

উল্লেখ্য যে, সাম্প্ৰদায়িক মন্তব্য কৰা আজিজক বিগত পাঁচ দিন ধৰি গোলাঘাট আৰক্ষীয়ে আটক কৰিব নোৱাৰাত পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱণাই গা কৰি উঠিছে।

Recent News

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী! সীমান্ত উত্তেজনা সমাধানৰ পৰামৰ্শ চিপিআইৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

গুৱাহাটীত গ্ৰেপ্তাৰ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ষ্টেচন মাষ্টৰ

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

হাঁহৰ মাংস ৰান্ধিবলৈ নস্যাৎ কৰা বাবে বন্ধুৱে গুলীয়ালে বন্ধুক! অসমৰ ক’ত সংঘটিত হ’ল এই কাণ্ড?

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী জ্যোতিশিখা চৌধুৰীৰ বিয়োগ, গুণমুগ্ধৰ মাজত শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd