• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ গুৱাবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ, কৃষকৰ ঘৰ ভাঙি লণ্ডভণ্ড

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 1, 2020 5:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ৰ আতংকৰ মাজতে বাক্সা জিলাৰ গুৱাবাৰীত বৃ্হস্পতিবাৰে নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়।

ভূতৰ ওপৰত দানহৰ দৰে লকডাউনৰ মাজতে গুৱাবাৰী অঞ্চলৰ ২নং ডোঙাৰগাঁৱত বন্যহস্তীৰ তাণ্ডৱত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ।

পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা অকলশৰীয়া প্ৰকাণ্ড বনৰীয়া  হাতীটোৱে নিশা ২ নং ডোঙাৰগাঁওত প্ৰৱেশ কৰে।

হাতীটোৱে গাঁওখনত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ গছ-গছনি ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও তেজ বাহাদুৰ চুৱেদি নামৰ দুখীয়া কৃষক পৰিয়ালটোৰ সম্পূৰ্ণ আৱাস ভাঙি পেলায়।

পৰিয়ালটোৰ দুটা থকা ঘৰ আৰু এটা পাকঘৰসহ মুঠ তিনিটা ঘৰ হাতীটোৱে ভাঙি ছিঙি বিধ্বস্ত কৰে।

হাতীটোৱে ঘৰৰ ভিতৰত থকা ধান-চাউল আদি খাই তাহিলং কৰাৰ উপৰিও ঘৰৰ ভিতৰত থকা বিভিন্ন আচবাব, ল’ৰা-ছোৱালীৰ কিতাপ-পত্ৰ, অন্যান্য মূল্যবান সামগ্ৰী আদিও ভাঙি-ছিঙি চুৰমাৰ কৰে।

তাৰোপৰি বাৰীৰ তামোল, নাৰিকল গছ আদিও ভাঙি তাণ্ডৱ চলায়।

হাতীটোৱে ঘৰটোত আক্ৰমণ কৰাৰ সময়ত ঘৰৰ ভিতৰতে আছিল তেজ বাহাদুৰৰ পৰিয়ালৰ সদস্যসকল। কোনোমতে প্ৰাণ লৈ পলাবলৈ সক্ষম হয় তেওঁলোক।

দীৰ্ঘদিন ধৰি এই অকলশৰীয়া দলবিচ্ছিন্ন বনৰীয়া হাতীটোৱে উপদ্ৰৱ কৰি আহিছে অঞ্চলটোত।

হাতীটোৰ অত্যাচাৰত বহু লোক গৃহহীন হোৱাৰ উপৰিও বহু লোকে মৃত্যুমুখতো পৰিব লগা হৈছে।

ইপিনে দুখীয়া কৃষক পৰিয়ালটোক চৰকাৰীভাৱে সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনাইছে বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক তথা অঞ্চলটোৰ সমাজকৰ্মী মাধৱ ছেত্ৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

Stay Connected

  • 117k Fans

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অধিনায়কত্বৰ পৰা পদত্যাগ অজিংক্য ৰাহানেৰ

August 21, 2025 4:41 pm
ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

ধেমাজিৰ নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; হত্যাকাৰী ৰিন্টু শৰ্মাক মৃত্যুদণ্ড

August 21, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm
‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

August 21, 2025 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd