• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয়বাৰ শৰীৰত কৰ’না সংক্ৰমণৰ সম্ভাৱনা নাই; দাবী গৱেষকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2020 7:28 am
1586435761_ppe new

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ চৰিত্ৰ সম্পৰ্কে বিভিন্ন তথ্য ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াৰে কিছুমান সময়ত সত্য বুলি প্ৰমানিত হোৱাৰ বিপৰীতে আন কিছুমান ভুল বুলিও পোহৰলৈ আহিছে।

একেজন ব্যক্তিৰ ওপৰত কৰ’না সংক্ৰমণ ঘটিব পাৰে বুলি বিভিন্ন সূত্ৰই দাবী কৰা হৈছিল। আনকি এনে বহু খৱৰ প্ৰকাশো পাইছিল য’ত আৰোগ্য হৈ উঠা ৰোগী পুনৰ কৰ’নাত আক্ৰান্ত হোৱা বুলি কোৱা হৈছিল।

Apply Now

কিন্তু গৱেষকসকলে এইবাৰ দাবী কৰিছে যে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ দ্বিতীয়বাৰ আৰু নহয়।

যোৱা ফেব্ৰুৱাৰি মাহত চীনৰ সীমা অতিক্ৰম কৰি কৰ’না ভাইৰাছ দক্ষিণ কোৰিয়াত বিয়পি পৰিছিল। মৃত্যুৰ আতংকৰ মাজত এই মাৰাত্মক ভাইৰাছক প্ৰতিহত কৰি দেশখনে বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছিল।

পিচে, ক্ষন্তেকৰ বাবে সান্তনা লাভৰ পাছতে কেইবাজনো সুস্থ হৈ উঠা ৰোগীৰ শৰীৰত দ্বিতীয়বাৰ কৰ’নাৰ সংক্ৰমণ ধৰা পৰে। প্ৰায় ৯০জনকৈ লোকক দ্বিতীয়বাৰৰ বাবে কৰ’নাত আক্ৰান্ত হোৱা বুলি কোৱা হৈছিল।

এইবাৰ দক্ষিণ কোৰিয়াৰ চিকিৎসা সম্পৰ্কীয় গৱেষকসকলে জানিবলৈ দিছে যে পৰীক্ষাৰ ভুলৰ বাবেহে এনে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু কোনেও দ্বিতীয়বাৰ আক্ৰান্ত হোৱা নাই।

দক্ষিণ কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ সম্পৰ্কীয় কেন্দ্ৰ চিডিচিৰ গৱেষকসকলে স্পষ্ট কৰিছে যে মানৱ শৰীৰত কৰ’না ভাইৰাছে দ্বিতীয়বাৰ আক্ৰান্ত কৰা সম্ভৱ নহয়।

গৱেষকসকলে দাবী কৰা মতে পৰীক্ষাসমূহত সক্ৰিয় আৰু নিষ্ক্ৰিয় ভাইৰাছৰ পাৰ্থক্য ধৰিব নোৱাৰাৰ বাবেই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

গৱেষকসকলে জানিবলৈ দিয়ে যে এইচআইভি বা চিকেনপক্সৰ দৰে ভাইৰাছসমূহে মানৱ শৰীৰৰ কোষৰ নিউক্লিয়াছত প্ৰৱেশ কৰিব পাৰে। বছৰ বছৰ ধৰি এই ভাইৰাছ সুপ্ত হৈ থাকি পুনৰ সক্ৰিয় হৈ উঠে। কিন্তু কৰ’না ভাইৰাছ কোষৰ নিউক্লিয়াছৰ বাহিৰত থাকে। গতিকেই ভাইৰাছটোৱে পুনৰ সংক্ৰমণ ঘটাব নোৱাৰে।

গৱেষকসকলৰ মতে, কৰ’না ভাইৰাছে এবাৰ আক্ৰান্ত কৰাৰ পাছত এন্টিবডীৰ পৰা সংক্ৰমণ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰে যাৰ ফলত দ্বিতীয়বাৰ সংক্ৰমণৰ সম্ভাৱনা নাথাকে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd