• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমলৈ উভতি আহিব পাৰিব বহিঃৰাজ্যত আৱদ্ধ লোক; হেল্পলাইন নম্বৰ মুকলি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2020 5:47 pm
himanta-biswa-sarma

ড০ হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমলৈ পৰ্য্যায়ক্ৰমে উভতি আহিব পাৰিব বহিঃ ৰাজ্যত আৱদ্ধ লোক। তাৰ বাবে মুকলি কৰা হৈছে এক হেল্পলাইন নম্বৰ। গুৱাহাটীত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জনায়।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিশেষ ৰে’লযোগে অসমৰ লোকসকলক পৰ্য্যায়ক্ৰমে ওভতাই অনা হ’ব।

ইয়াৰ বাবে এক হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় ‘7428159966 নম্বৰত এবাৰ মিছকল দিব লাগিব। মিছকল দিয়াৰ ৪৮ ঘন্টাৰ ভিতৰত লোকজনে এটা লিংক পাব।‘

এই লিংকৰ জৰিয়তে লোকজনে নিজৰ সৱিশেষ জনাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

অৱশ্যে অসম কেয়াৰৰ অধীনত পূৰ্বতে মিছকল দি নাম পঞ্জীয়ণ কৰাসকলে পুনৰ মিছডকল দিব নালাগে বুলিও তেওঁ উল্লেখ কৰে।

অসমলৈ ঘূৰি আহিবলগীয়া লোকসকলে কোন ঠাইৰ পৰা অসমৰ কোন ঠাইলৈ আহিব বিচাৰে সকলো জনাব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘দিল্লী, পশ্চিমবংগ আদিৰ পৰা আৱদ্ধ লোকক বাছৰে অনাৰ ব্যৱস্থা হ’ব।‘

ইয়াৰোপৰি নিজা বাহনেৰেও বহিঃৰাজ্যৰ পৰা আহিব পাৰিব অসমৰ লোক। ‘নিজা বাহনেৰে আহিব বিচৰা সকলে ই-মেইলযোগে ল’ব লাগিব অনুমতি। [email protected] লৈ কৰিব লাগিব ই-মেইল।‘ তেওঁ কয়।

নিজা বাহনেৰে অহা লোকসকলক চৰকাৰে আৰ্থিক সাহায্য দিব বুলিও তেওঁ জানিবলৈ দিয়ে।

বহিঃৰাজ্যৰ পৰা অহা লোকক শ্ৰীৰামপুৰ আৰু বক্সিৰহাটতত কৰোৱা হ’ব স্বাস্থ্য পৰীক্ষা আৰু তেওঁলোকক ১৪ দিনৰ বাবে কুৱাৰেন্টাইন হ’ব লাগিব বুলি তেওঁ কয়।

অসমৰ বাহিৰৰ পৰা লোকসকল ঘূৰি অহাৰ লগে লগে বৃহৎ পৰিমাণৰ টেষ্টিং কৰিবলগীয়া হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘অসমৰ বাহিৰত আৱদ্ধ হৈ থকা ৬৫২০০০ লোকে ২০০০ টকাৰ বাবে ফৰ্ম ফিলাপ কৰিছে। প-পত্ৰ পূৰণ নকৰা ছাত্ৰ-ছাত্ৰী বা লোকৰ সংখ্যা প্ৰায় ২ লাখ হ’ব। পৰিয়ালসহ অতি কমেও ২০ লাখ লোক অসমৰ বাহিৰত আছে। কোনো ৰাজ্য চৰকাৰৰ বাবে সম্ভৱ নহ’ব যে ২০ লাখৰ প্ৰতিগৰাকী লোকক অসমলৈ ওভটাই আনিব পাৰিম।‘

‘বাহিৰৰ উদ্যোগসমূহ মুকলি হৈ যোৱাৰ পাছত কৰ্মৰত অসমৰ লোকসকল ওভটি নাহে। অহা ৪ মে’ৰ পৰা যিহেতু বাহিৰৰ ৰাজ্যসমূহৰ গ্ৰীণ জ’নৰ জিলাসমূহত অফিচ কাছাৰী মুকলি হ’ব গতিকে তেওঁলোক হয়তো উভটি নাহে। যদি ওভটি আহিব বিচাৰে তেন্তে অহা-যোৱা আৰু ১৪ দিন কুৱাৰেন্টাইনকে ধৰি এক বিশাল ব্যৱস্থাৰ সন্মুখীন হ’ব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

আনহাতে, যিসকল অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোককহে প্ৰথম অগ্ৰাধিকাৰ দিব পাৰো বা লক্ষ্য এটা বান্ধি ল’ব পাৰি বুলি তেওঁ উল্লেখ কৰি লগতে কয় ‘যি সকলৰ অহাৰ প্ৰয়োজনীয়তা নাই বা হটস্পটৰ পৰা আহিব বিচাৰিছে বা যিসকল আহিলে অসমলৈ ভাবুকি আহিব পাৰে, সেই সকললৈ বিনম্ৰ অনুৰোধ তেওঁলোকে আৰু কিছুদিন অপেক্ষা কৰক।‘

‘কাইলৈৰ পৰা উত্তৰ-পূবৰ সকলো ৰাজ্যৰ দুৱাৰ মুকলি কৰি দিয়া হ’ব। কাইলৈৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত আৱদ্ধ লোকসকল যি যেনেকৈ পাৰে আহিব পাৰে। অসমলৈ অহাৰ লগে লগে তেওঁলোকক জিলাৰ সীমান্তত স্বাস্থ্য পৰীক্ষা, প্ৰয়োজন অনুসৰি হোম কুৱাৰেন্টাইন, ফেচিলিটী কুৱাৰেন্টাইন বা হাস্পতাললৈ লৈ যোৱাৰ ব্যৱস্থা হাতত লোৱা হ’ব। অৱশ্যে চিকিম অন্তৰ্ভুক্ত নহয়।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনঃ কিংবদন্তীগৰাকীৰ সৃষ্টিৰাজিৰ বৰ্ণিল প্ৰদৰ্শন

September 13, 2025 4:01 pm
দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশত ২.৬ লাখ জামিন আৱেদন বিচাৰাধীন: দুমহাৰ ভিতৰত বিচাৰ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 13, 2025 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰ্হি নিৰ্মাণ আৰু উদ্ভাৱনৰ ওপৰত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন

September 13, 2025 4:55 pm
সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

সমগ্ৰ দেশতে ভোটাৰ তালিকা নবীকৰনৰ পৰিকল্পনা নিৰ্বাচন আয়োগৰ! প্ৰস্তুতি আৰম্ভ কৰিবলৈ নিৰ্দেশ…

September 13, 2025 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd