• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সালসলনি, বিৰেন্দ্ৰ মিট্টাল কামৰূপ(ম)ৰ নতুন উপায়ুক্ত

নবাৰুণ গুহ by নবাৰুণ গুহ
February 20, 2018 10:29 pm
Virendra-Mittal

বিৰেন্দ্ৰ মিট্টাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দিছপুৰত আজি লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে কামৰূপ(ম) জিলাৰ উপায়ুক্তকে ধৰি ৯ গৰাকী আই এ এছ বিষয়াৰ তাতক্ষণিক সালসলনি কৰা হয়।

ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া বিৰেন্দ্ৰ মিট্টালক কামৰূপ(ম)ৰ তথা পূব কামৰুপৰ উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে, ইয়াৰ পূৰ্বে তেওঁ যোৰহটৰ উপায়ুক্ত আছিল।

উল্লেখ্য যে যোৱা চাৰি বছৰ ধৰি এম অংগমুঠু কামৰূপ(ম)ৰ উপায়ুক্তৰ দায়িত্বত আছিল।

অংগমুঠুক বৰ্তমান অসম চৰকাৰৰ নগৰ উন্নয়ন দপ্তৰৰ উপায়ুক্ত আৰু সচিব পদত নিয়োগ কৰা হৈছে।

নতুন দায়িত্বভাৰ গ্ৰহন কৰি মিট্টালে নৰ্থ-ইষ্ট নাওক কয়, ‘নতুন নিযুক্তিক লৈ মই যথেষ্ট আনন্দিত। এইয়া এক গধুৰ দায়িত্ব তথা ডাঙৰ সুযোগ, গুৱাহাটীক এখন ভাল ঠাই হিচাপে গঢ়ি তুলিবলৈ মই সম্পূৰ্ণ চেষ্টা কৰিম।’

সালসলনি হোৱা আন উপায়ুক্ত সকল হৈছে- শিৱসাগৰৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰক যোৰহাটলৈ বদলি কৰাৰ বিপৰীতে কাৰ্বি আংলঙৰ উপায়ুক্ত আদিল খানক হাইলাকান্দীৰ উপায়ুক্তৰূপে নিযুক্ত কৰা হয়। মাজুলিৰ উপায়ুক্ত পল্লব গোপাল ঝাক শিৱসাগৰৰ উপায়ুক্তৰ দায়িত্ব দিয়াৰ লগতে হাইলাকান্দীৰ উপায়ুক্ত কৃষ্ণ গোবিন্দ ভূঞাক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্বত নিয়োগ কৰা হৈছে।

ইয়াৰোপৰি অসম সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক দেৱ প্ৰসাদ মিশ্ৰক মাজুলিৰ উপায়ুক্ত হিচাপে নিযোগ কৰাৰ বিপৰীতে  কামৰুপ(ম)ৰ জিলা উন্নয়ন আয়ুক্ত বৰ্নালী শৰ্মাক সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হয়।

আনহাতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক তথা সংসদীয় পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মৃদুল কুমাৰ ভূঞাক কাৰ্বি আংলঙৰ উপায়ুক্তৰ দায়িত্ব দিয়া হয়।

নবাৰুণ গুহ

নবাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd