• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মুখ্য মন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2020 9:47 pm
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ফটো

মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যখনৰ সামাজিক উন্নয়ন, জনজাতি উন্নয়ন, যুৱ কল্যাণ, মহিলা সৱলীকৰণ, সমবায় খণ্ডৰ উন্নয়ন আৰু আন্তঃৰাজ্যিক সীমান্তত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিশত উল্লেখযোগ্য বৰঙণি যোগাই অহা কেইগৰাকীমান অগ্ৰণী ব্যক্তিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে।

বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে দেশত আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত জনসাধাৰণক সজাগ আৰু সামাজিক দূৰত্ব বজাই ৰখাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ এই সকল ব্যক্তিক আহ্বান জনায়।

মুখ্য মন্ত্ৰী সোণোৱালে লগতে এই সময়ছোৱাত জনসাধাৰণৰ মনোবল বৃদ্ধিৰ বাবে উদ্বুদ্ধ কৰাৰ বাবেও আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে আজি পোনযোগে বাৰ্তালাপ কৰা ব্যক্তি কেইগৰাকী হ’ল ডাঃ মালতি বৰা, শশীকান্ত চৌথাইবালে, শংকৰ দাস কলিতা, নিৰ্মলেন্দু দে, ভূপেন শৰ্মা, পুৰন্দৰ বৰুৱা, খগেন শইকীয়া, যোগেশ শাস্ত্ৰী, শ্ৰী শ্ৰী কৃষ্ণ ভীড়ে, সন্দিপ কবিশ্বৰ, ব্ৰহ্মাজী ৰাও।

ইয়াৰ উপৰি পৱন তিৱাৰী, ড০ নিৰ্মল বৰুৱা, কুলেন্দ্ৰ কুমাৰ ভাগৱতী, নিৰৱ ঘেলানী, গ:এশ কুণ্ডে, প্ৰদীপ কুমাৰ, পি সূৰ্য্যনাৰায়ণ, ৰমেন শৰ্মা, বিপুল ডেকা, মৃণাল লস্কৰ, সুৰেন্দ্ৰ নাথ কলিতা, ভৱেন সিং বসুমতাৰী আৰু যোগেশ্বৰ গোস্বামীৰ সৈতেও টেলিফোনযোগে বাৰ্তালাপ কৰে।

উল্লেখ্য যে মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ছোৱাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সময়ে সময়ে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ সৈতে এই টেলিফোনযোগে বাৰ্তালাপ কৰি থকা পৰিলক্ষিত হৈছে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd