• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন! কৰ’নাৰ আতংক আঁতৰিল; আগৰ দৰেই স্বাভাৱিক মহানগৰীৰ জীৱনযাত্ৰা

স্বাস্থ্য মন্ত্ৰীয়ে কোৱাৰ দৰে হাতখনেই মেইন; কিন্তু মাছ-শাক-পাচলি বিক্ৰেতাৰ মুখত নাই মাস্ক, হাতত নাই গ্ল’ভছ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2020 12:41 pm
Swavabik Jibon Yatra

লকডাউন চলি থকাৰ মাজতে মহানগৰীত আৰম্ভ স্বাভাৱিক জীৱনযাত্ৰা। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ আজি দ্বিতীয় দিন। মহানগৰীৰ আজিৰ দিনটোৰ আৰম্ভণিৰ পৰিৱেশ দেখি এনে লাগিছে যেন লকডাউন চলা নাই গুৱাহাটীত। পূৰ্বৰ দৰে যান্ত্ৰিকতা আৰু স্বাভাৱিক ৰূপলৈ ঘূৰি আহিল মহানগৰীৰ পৰিবেশ।

মহানগৰীৰ আজিৰ পুৱাৰ পৰিবেশ আৰু কালিৰ দিনটোৰ পৰিৱেশ দেখি এনে ভাৱ হয় যেন মহামাৰী কৰ’নাৰ আতংক মহানগৰবাসীৰ মাজত নাই।

Apply Now

ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নৰ কথা চিন্তা কৰি ৰাজ্য চৰকাৰে কিছু পৰিমাণে শিথিল কৰিছিল লকডাউন। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি মুকলি হ’ল দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান।

কিন্তু লকডাউনৰ সময়ছোৱাত দোকান-পোহাৰ শাক-পাচলিৰ দোকানত কোনোধৰণৰ সামাজিক ব্যৱধান মানি চলা দেখা নগ’ল। এক মিটাৰ দূৰত্ব বাদেই প্ৰায় গাত গা লগালগিকৈ সামগ্ৰী ক্ৰয় কৰা দেখিবলৈ পোৱা গ’ল। ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি যেন কোনো ভ্ৰুক্ষেপ নাই বহুসংখ্যক মহানগৰীৰ।

পূৰ্বৰ দৰেই লকডাউনৰ মাজতে সহস্ৰাধিক গাড়ীৰ চলাচল দেখিবলৈ পোৱা গ’ল মহানগৰীত। যেন লকডাউনৰ মাজতে ঘূৰি আহিল মহানগৰীৰ পূৰ্বৰ যান্ত্ৰিকতা।

ইপিনে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই বহুবাৰ জনসাধাৰণক ‘হাতখনেই মেইন, হাতখন চম্ভালি ৰখাটোৱেই আচল কথা’ বুলি সকীয়াই আহিছিল। তাৰ পাছতো মহানগৰীত প্ৰায়সংখ্যক মৎস্য ব্যৱসায়ী আৰু শাক-পাচলি বিক্ৰেতাই মুখত মাস্ক নিপিন্ধাকৈ বা হাতত কোনোধৰণৰ গ্ল’ভছ পৰিধান নকৰাকৈ গ্ৰাহকক মাছ আৰু শাক-পাছলি যোগান ধৰা দেখিবলৈ পোৱা গ’ল।

No Social Distance
লকডাউনৰ মাজতো মহানগৰীতসামাজিক ব্যৱধান মানি চলা নাই নাগৰিকে। ফটো: নৰ্থইষ্ট নাও

যদি কেনেবাকৈ ব্যৱসায়ীজন কৰ’নাত আক্ৰান্ত হৈয়ো ধৰা পৰা নাই বা তেওঁৰ দেহত কোনোধৰণৰ লক্ষণে দেখা দিয়া নাই, সেই মাৰাত্মক ভাইৰাছ যদি তেওঁৰ হাতৰ পৰা মাছ বা শাক-পাচলিৰ জৰিয়তে গ্ৰাহকসকলৰ দেহলৈ প্ৰৱেশ কৰে তেন্তে কেনে এক ভয়াবহ অৱস্থাৰ সৃষ্টি হ’ব পাৰে সেয়া আপুনিয়েই কল্পনা কৰক।

উল্লেখযোগ্য যে, লকডাউনৰ সময়ছোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ঘৰতে থাকি সুৰক্ষিত থাকিবলৈ বাৰেপতি আহ্বান জনাই আহিছিল। বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ আহিবলৈ বাৰেপতি মানা কৰি আহিছিল। কিন্তু তাৰ প্ৰতি ভ্ৰুক্ষেপ নাই জনসাধাৰণৰ।

ইপিনে, দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ। বৰ্তমানলৈকে ৪৬ হাজাৰতকৈয়ো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু কালিৰ দিনটোত সৰ্বাধিক ১৯৫ গৰাকী লোকৰ এই মাৰাত্মক ভাইৰাছে প্ৰাণ লৈছে।

ৰাজ্য চৰকাৰেও কিছু কিছু ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা আনিছে যদিও জনসাধাৰণ নিজে সজাগ আৰু সচেতন হৈ থাকিব লাগিব, তেতিয়াহে কৰ’নাৰ বিৰুদ্ধে যুঁজখনত জয়ী হ’ব পৰা যাব।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd