• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ল’কডাউনৰ ৩.০ৰ পিছত কি হ’ব?’ ভাৰত চৰকাৰলৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং আৰু ছোনিয়া গান্ধীৰ প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 2:39 pm
New Delhi: Congress interim President Sonia Gandhi with party leader Dr Manmohan Singh during a meeting of party general secretaries, state in-charges, state unit chiefs and others at party Headquarters in New Delhi on Sep 12, 2019. (Photo: IANS)

ফাইল ফ'টো

31.3k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে কংগ্ৰেছ শাসিত মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিং আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে।

‘কি হ’ব ১৭ মে’ৰ পিছত? আৰু ইয়াৰ পিছত, ১৭ মে’ কেনেকৈ? কেতিয়ালৈকে ল’কডাউন অব্যাহত ৰাখিব, চৰকাৰৰ ইয়াক কেনেকৈ নিৰ্ধাৰণ কৰিব?’ বৈঠক এইদৰে কয় কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে বৈঠকত কয়, ‘আমি এইটো জনাৰ জৰুৰী যে ল’কডাউন ৩.০ ৰ পিছত কি হ’ব?’

ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ৰাজ্যসমূহত ক’ৰ’না ভাইৰাছ প্ৰভাৱ আৰু বৰ্তমান স্থিতি সম্পৰ্কত আলোচনা কৰে।

প্ৰব্ৰজিত শ্ৰমিকসকল নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত ৰাজ্যসমূহে ল’ব লগা ব্যৱস্থা সম্পৰ্কেও আলোচনা হয় বৈঠকত।

যোৱা সোমবাৰে ছোনিয়া গান্ধীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ ৰেইলৰ ভাড়া কংগ্ৰেছ দলে বহন কৰিব বুলি ঘোষণা কৰিছিল।

প্ৰব্ৰজিত শ্ৰমিকসকলৰ ভাড়া লোৱাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।

ছোনিয়া গান্ধীয়ে যোৱা ২৩ এপ্ৰিলৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ল’কডাউনৰল পিছৰ বিভিন্ন দিশসমূহকলৈ সাতখন চিঠি প্ৰেৰণ কৰা অৱগত কৰে।

বৈঠকত অংশ লৈ ৰাহুল গান্ধীয়ে ল’কডাউনৰ সময়ত ‘চৰকাৰে মানৱীয় নীতি গ্ৰহণ’ কৰাত ব্যৰ্থ হোৱা বুলি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে।

আজি বৈঠকতে প্ৰাক্তন প্ৰধান মন্ত্ৰী ডঃ মনমোহন সিঙৰ অধ্যক্ষ ৰূপে লৈ এঘাৰজনীয়া এখন পৰামৰ্শদাতা সমিতিও গঠন কৰা হয়।

এই সমিতিখনে ক’ৰ’নাতংকৰ ফলত সৃষ্ট বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ আৰু আলোচনা কৰিব।

Tags: COVID-19

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd