• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চি আই ডিৰ অভিযানত জব্দ ১০ হাজাৰ ৫০০ বটল কফ চিৰাপ; ৫ জনক গ্ৰেপ্তাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 8, 2020 4:06 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

আজি চি আই ডিৰ এটা দলে গুৱাহাটীৰ বিভিন্ন স্থান তথা নগাঁৱত অভিযান চলাই জব্দ কৰিছে ১০ হাজাৰ ৫০০ বটল নিষিদ্ধ কফচিৰাপ। এই কথা জনালে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিস্নয়।

উলুবাৰীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি লখৰাৰ ৰাজপথত চলা এটা অভিযানত উক্ত কফ চিৰাপখিনি জব্দ কৰা বুলি জনায়।

ফল আৰু পাচলি কঢ়িওৱাৰ বাবে অনুমতি থকা এখন টাটা মেজিক গাড়ীৰ পৰা ৩০ কাৰ্টন কফ চিৰাপ জব্দ কৰে। গাড়ীখনত কল কঢ়িয়াই আনিছিল যদিও গাড়ীৰ ভিতৰত গোপনে আনিছিল এই নিষিদ্ধ চিৰাপ।

আনহাতে গাড়ীখনত আছিল দুটা গোপন চেম্বাৰ, সেই চেম্বাৰত আছিল চিৰাপখিন। চি আই ডিৰ দলে স্নিফাৰ ডগৰ সহযোগত গাড়ীখনৰ দুটা গোপন চেম্বাৰৰ পৰা চিৰাপখিনি উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে গাড়ীখনত থকা তিনিজন লোককো গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে। পিছত তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই লখৰাৰ লাল গুদামত। লাল গুদামতো জব্দ হয় ৬০ কাৰ্টন নিষিদ্ধ কফ চিৰাপ। গুদামটোৰ পৰাও গ্ৰেপ্তাৰ কৰে মেনেজাৰ আৰু গাণণিকক।

আনহাতে নগাঁওতো এই চক্ৰটোৱে মজুট ৰাখিছিল নিষিদ্ধ কফ চিৰাপ। নগাঁৱৰ পৰাও চি আই ডিৰ দলটোৱে ৫৫০ টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

এই সমগ্ৰ অভিযানত ১০ হাজাৰ ৫০০টা নিষিদ্ধ কফ চিৰাপ জব্দ হোৱাৰ লগতে ৫ জন লোক গ্ৰেপ্তাৰ কৰে৷ এই কফ চিৰাপ খিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ টকা।

আনহাতে এই কফ চিৰাপখিনি JP ফাৰ্মা কোম্পানিৰ পৰা অনা হৈছিল বুলি জানিউব পৰা যায়। জে পি ফাৰ্মা কোম্পানিৰ স্বত্তাধিকাৰী প্ৰদীপ তালুকদাৰ সম্প্ৰতি পলাতক অৱস্থাত আছে।

সংবাদমেলত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে কোম্পানিটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে চৰকাৰক আবেদন কৰিব বুলিও জনায়।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd