• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: ত্ৰিপুৰাত আৰোগ্য বি এছ এফৰ ১৪ গৰাকী, সক্ৰিয় ৰোগী ১৩৭

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2020 11:31 pm
COVID-19: 14 from BSF released from hospital on Wednesday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদ্ধগৰাকী বি এছ এফৰ ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে ত্ৰিপুৰাত আৰোগ্য লাভ কৰিছে আৰু বুধবাৰে তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

তেওঁলোকক আগৰতলাৰ জি বি চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। এতিয়া তেওঁলোক আনুষ্ঠানিক কুৱাৰেণ্টিনত থাকিব।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই তথ্য সদৰী কৰিছে।

ৰাজ্যখনত বি এছ এফৰ বিশেষকৈ দুটা বেটেলিয়নত যোৱা প্ৰায় দহ দিন ধৰি বহুসংখ্যক ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছে।

এজন বি এছ এফ বিষয়া মঙলবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তাকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছিল।

বুধবাৰে ১৪ গৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পিছত ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছেগৈ ১৩৭গৰাকী।

ৰাজ্যখনত দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু দুগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Happy to share that 14 #BSF #COVID19 patients got discharged from GB hospital, Agartala today.

Now they will be under surveillance at institutional quarantine center.

I pray for the speedy recovery of all the COVID19 patients. pic.twitter.com/jXqD3fJ8kP

— Biplab Kumar Deb (@BjpBiplab) May 13, 2020

সোমবাৰেও জিলাখনত দুগৰাকী বি এছ এফ বিষয়াক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

দেওবাৰে বি এছ এফ বেটেলিয়নৰ এগৰাকী বিষয়া, ছগৰাকী মহিলা আৰু নটা শিশু ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

তাৰ পূৰ্বেও যোৱা সম্পূৰ্ণ সপ্তাহজুৰি ধাৰাবাহিকভাৱে বি এছ এফ বেটেলিয়নকেইটাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছিল।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ত্ৰিপুৰাস্থিত বি এছ এফৰ ৩নং বেটেলিয়নতো ৭৫গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল কিন্তু তেওঁলোক সকলো ক’ভিড-১৯ নিগেটিভ।

ঢালাই জিলাক ইতিমধ্যে ৰেড জ’নৰূপে ঘোষণা কৰা হৈছে।

তাৰোপৰি বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়কে ধৰি গাণ্ডাচেৰা গাঁৱৰ এটা শিৱিৰ আৰু কৰীনা সীমা চকীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd