• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NIA কাৰ্য্যালয়ত ৪ ঘন্টা জোৰা জেৰা সাংবাদিক মানসজ্যোতি বৰুৱাক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2020 7:49 pm
মানসজ্যোতি বৰুৱা

মানসজ্যোতি বৰুৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিৰ’ৰ অব আসাম নামৰ ব্যক্তিগত ৱেব পৰ্টেলৰ সাংবাদিক মানস জ্যোতি বৰুৱাক আজি জেৰাৰ বাবে মাতি পঠিওৱা হয় সোণাপুৰস্থিত NIA ৰ মুখ্য কাৰ্য্যালয়লৈ।

প্ৰায় ১২:৩০ বজাত কাৰ্য্যালয়ত উপস্থিত হোৱা বৰুৱাক বিয়লি ৫ বজালৈকে প্ৰায় ৪ ঘন্টা সময় জেৰা চলায় NIAৰ বিষয়াই।

Apply Now

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা ১৩/২০১৯ নম্বৰ গোচৰ সন্দৰ্ভত NIAই সাংবাদিকগৰাকীক সোধা-পোচা কৰে।

জেৰাৰ অন্তত সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, ‘কা বিৰোধী আন্দোলনৰ কিছু কথা-বতৰা বিশেষকৈ অখিল গগৈৰ সৈতে কি কি কথা পাতিছিলো সেই সন্দৰ্ভত সোধা-পোচা কৰে। অখিল গগৈৰ লগত সাংবাদিকতাৰ বাহিৰৰ কথা-বতৰা পতা বুলিও মোক কৈছে।‘

‘মই কৈছো যে, এইখিনি কথা কোনো কাৰণত মোৰ হ’ব নোৱাৰে। এজন সাংবাদিক হিচাপে এজন জাতীয় নেতাৰ লগত যিধৰণৰ যোগাযোগ থাকিব লাগে সেইখিনি যোগাযোগ আছে। তেওঁলোকে বাৰে বাৰে চেষ্টা কৰিছিল আৰু জেৰা কৰিছিল যে এইখিনি কথা আপোনাৰে আপুনি হয় বুলি কওঁক। যদি আপুনি এতিয়া নকয়, তেন্তে আপোনাৰ ভইচ চেম্প’ল টেষ্ট কৰা হ’ব। আপোনাক হয়তো আমি গ্ৰেপ্তাৰো কৰিবলগীয়া হ’ব পাৰে।‘ সংবাদ মাধ্যমৰ আগত বৰুৱাই এইদৰে কয়।

তেওঁ লগতে কয় ‘মই তেতিয়া কৈছো আপোনালোকে যি কৰে কৰক, এইখিনি কথা-বতৰা মোৰ নহয়। তাৰ পাছত তেওঁলোকে পুৰণা ৰেকৰ্ড চালে, কম্পিউটাৰত কিবা-কিবি চালে আৰু শেষ মুহূৰ্তত পতিয়ন হ’ল যে এই কথাখিনি মোৰ নহয় তাৰ পাছতে মোক যাবলৈ দিলে।‘

ইপিনে কেৱল তেওঁকেই নহয়, কা বিৰোধী আন্দোলনৰ লগত জড়িত লোকসকলক টাৰ্গেট কৰি লোৱা বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd