• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উভতি আহিব নোৱাৰি চেন্নাইৰ অসম ভৱনত আবদ্ধ ৰাজ্যৰ প্ৰায় ছয় হাজাৰ শ্ৰমিক

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 15, 2020 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ ফলত বহি ৰাজ্যত লক্ষাধিক শ্ৰমিক কৰ্মহীন হৈ পৰিছে। তাৰ মাজতে চেন্নাইৰ অসমৰ ভৱনত ৰাজ্যৰ প্ৰায় ছয় হেজাৰ শ্ৰমিক আবদ্ধ হৈ থকা ঘটনা পোহৰলৈ আহিছে।

আৱদ্ধ হৈ থকা অসমৰ কেইগৰাকী মান শ্ৰমিকৰ ফেচবুক লাইভ যোগে বৃহস্পতিবাৰে তেওঁলোকে দুৰ্দশাৰ কৰা পোহৰলৈ আনে।

Apply Now

ভাইৰেল হৈ পৰা  ফেচবুক লাইভ ভিডিঅ’টোত তামিলনাডু তথা অসম চৰকাৰে কোনো ধৰনৰ সহায় নকৰাৰ গুৰুতৰ অভিযোগ অনা হয়।

ফেচবুক লাইভটোত এজন যুবকে  কয়, ‘আমি অসম ভৱনত আবদ্ধ হৈ আছো। অসম চৰকাৰে আমাক নিয়াৰ কোনো ব্যৱস্থা কৰা নাই। গোটেই শ্ৰমিকবোৰে ৰাস্তাতে শুই আছে।’

আন এজনে কয়, ‘কেইদিন মানৰ আগতে মুখ্য মন্ত্ৰীয়ে ১২মেত ট্ৰেইন আছিল বুলি কৈছিল সেয়েহে সেই বাতৰি পাই চেন্নাই, তামিলনাডুত থকা সকলো অসমীয়া ষ্টেশ্যনলৈ আহিছিল কিন্তু ইয়াত কৈছে ট্ৰেইন নাই।’

‘আমাৰ ইয়াত দৰমহা হোৱা নাই। কিছু মানে ৰুম খালী কৰি আহিছে। কিছুমানক কোম্পানীৰ পৰা খেদা দিছে। কিছুমানে খাইছে কিছুমানে নখোৱাকৈ আছে। মুখ্য মন্ত্ৰীক আহ্বান অতি শীঘ্ৰে চেন্নাইৰ পৰা অসমলৈ লৈ যাওক।’ তেওঁ কয়।

এনেদৰে ফেচবুক লাইভটোত আবদ্ধ হৈ থকা বহু কেইগৰাকী যুৱকে তেওঁলোকে সন্মুখীন হোৱা সমস্যা ব্যক্ত কৰে।

ইপিনে ছচিয়েল মিডিয়াত এই বিষয়টো চৰ্চিত হোৱাৰ পিছত আজি অনুষ্ঠিত এক সংবাদমেলত মুখ্য মন্ত্ৰী এই সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয়, ‘মই পুৱা গম পাইছো চেন্নাইৰ পৰাও আহিছে। অসমৰ কাকোৱেই, দেশত বুলি নহয় বিদেশতো কাকোৱে নিসংগ হ’বলৈ নিদিও। অকলসৰীয়া হ’বলৈ নিদিও, আমি সদায় তেওঁলোকৰ লগত আছো। কেৱল আমাক খবৰটো আগতীয়াকৈ দিব লাগে’।

তেওঁ লগতে কয়, ‘কালি শৃংখলাবদ্ধ ভাৱে অনাৰ পৰিকল্পনা লোৱা হৈছিল। কিন্তু সেই সময়ত তামিলনাডু চৰকাৰে ৰেলখন হঠাৎ বাতিল কৰি দিলে সেইবাবে তাত কোনোবাই এনেকুৱাও খবৰ দি দিলে যে ট্ৰেইন ইয়াৰ পৰা গৈ আছে। এটা ভুল বুজাবুজি হ’ল তথাপিও মই আমাৰ চেন্নাইত থকা যি গৰাকী বিষয়া তেওঁক নিৰ্দেশ দিছো। যিমান সংখ্যক আহিছে তেওঁলোকক থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব লাগে’।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd