• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত ৰন্ধন গেছৰ অবৈধ গুদাম উৎখাত

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
May 15, 2020 10:06 pm
Illegal godown of cooking gas uprooted in Golaghat

প্ৰতীকী ছবি।

517
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত নগৰত শুকুৰবাৰে ৰন্ধন গেছৰ এটা অবৈধ গুদাম উৎখাত কৰা হয়৷

খাদ্য ও অসামৰিক যোগান বিভাগৰ লোকক লগত লৈ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই অভিযান চলাই গুদামটো উৎখাত কৰে৷

দলটোৱে দীপু কাপুৰ নামৰ লোকজনৰ গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে৷

উল্লেখ্য যে গোলাঘাটত সাধাৰণ গ্ৰাহকে বুকিং কৰিও মাহৰ পিছত মাহ ধৰিও এটা চিলিণ্ডাৰৰ বাবে বোন্দাপৰ দিবলগা হয়৷

ইয়াৰ বিপৰীতে এই গুডামটোত এজেঞ্চিৰ গাড়ীৰে চিলিণ্ডাৰ যোগান ধৰা হয়৷

এজেঞ্চিত গেছৰ চিলিণ্ডাৰ নোপোৱা গ্ৰাহকে ১০০০ৰ পৰা ১২০০ টকা পৰ্য্যন্ত ধন দি ব্লেক মাৰ্কেটত ছিলিণ্ডাৰ ক্ৰয় কৰিব লগা হয়৷

ইফালে অভিযানৰ সময়তে ভাৰত গেছ এজেঞ্চিৰ এখন গাড়ীৰে গুডামটোত চিলিণ্ডাৰ যোগান দিবলৈ আহিছিল যদিও পৰিস্থিতি বিষম দেখি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

অভিযোগমতে, গোলাঘাটৰ ভাৰত গেছ এজেঞ্চি আৰু টিকিৰ গেছ এজেঞ্চিৰ আশীৰ্বাদত শ্ৰীমন্ত নগৰত এই ভুৱা গেছ গুদামটো গঢ় লৈ উঠিছিল।

Recent News

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

চিন্তাত পৰিছে পাকিস্তান! ব্ৰহ্মোছতকৈয়ো দ্ৰুত আৰু অধিক বিপজ্জনক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব ভাৰতে

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

গুৱাহাটীৰ তৰুণ নগৰত ৰহস্যজনক ভাবে উদ্ধাৰ উত্তৰ প্ৰদেশৰ মহিলাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd