• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোকাৱহ; ঘৰলৈ আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 10:27 am
3.2k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউন সময়ত নিজৰ ঘৰলৈ উভতি আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত পুনৰ ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে দেশত প্ৰাণ হেৰুৱাবলগীয়া হয়।

শুকুৰবাৰে উত্তৰপ্ৰদেশৰ ওৰিয়াত প্ৰব্ৰজিত শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰাকৰ অইন এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয় য’ত ২৪ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

জানিব পৰা মতে, শ্ৰমিক সকল ৰাজস্থানৰ পৰা নিজ গৃহলৈ উভতি আহি আছিল।

পথ দুৰ্ঘটনাটোত ২৪ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে আন বহু শ্ৰমিক আঘাতপ্ৰাপ্ত হয়।

উত্তৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে  দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত সকলো শ্ৰমিকক শীৰ্ঘে উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিক সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত মালবাহী ৰে’লৰ খুন্দাত ১৫ গৰাকী প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনৰ পাছত দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলে নিজ নিজ ৰাজ্যলৈ যিকোনো প্ৰকাৰে উভতি অহাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল।

১ মে’ৰ পৰা চৰকাৰে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজৰ ঘৰলৈ ঘুৰাই অনাৰ বাবে বিশেষ শ্ৰমিক ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছিল।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd