• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি পুৱা দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী তৃতীয়খন ৰে’ল উপস্থিত হয় মৰিয়নী জংচনত

উজনিৰ ২ খন জিলাৰ মুঠ ২৭ গৰাকী যাত্ৰী নামে মৰিয়নী জংচনত

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
May 16, 2020 2:33 pm
277489(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শনিবাৰে পুৱা দিল্লীৰ পৰা  ডিব্ৰুগড় অভিমুখী তৃতীয়খন ৰে’ল যোৰহাট জিলাৰ মৰিয়নী জংচনত উপস্থিত হয়।

পুৱা ৩:৩০ বজাত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ২ ঘন্টা পলমকৈ মৰিয়নী জংচন উপস্থিত হয় ৰে’লখন৷

Apply Now

উজনিৰ ২ খন জিলাৰ মুঠ ২৭ গৰাকী যাত্ৰী মৰিয়নী জংচনত নামে৷

গোলাঘাট জিলাৰ ১৩ গৰাকী, যোৰহাট জিলাৰ ১৪ গৰাকী যাত্ৰীয়ে ৰে’লখনৰ পৰা নামে৷

নিশাৰ পৰা মৰিয়নী জংচনত উপস্থিত থাকে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চিকিৎসকসহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা কৰ্মীৰ দলৰ লগতে ৰে’ল বিভাগৰ বিষয়ববীয়া আৰু ৰেল আৰক্ষীৰ দল৷

যাত্ৰীসকলক মৰিয়নী জংচনৰ বাহিৰ ভাগত স্কেনিং কৰে স্বাস্থ্য বিভাগৰ লোকে৷

স্কেনিংৰ অন্তত ২ খন জিলাৰ দণ্ডাধীশসকলে বাছ যোগে নিজ নিজ জিলাৰ কোৱাৰেন্টাইন চেন্টাৰলৈ যাত্ৰীসকলক লৈ যায়৷

মৰিয়নী জংচনত ৰে’লৰ পৰা নমা কোনো যাত্ৰীৰ কোভিত১৯ সম্পকীয় কোনো লক্ষণ নাই বুলি জানিবলৈ দিয়ে চিকিৎকৰ তৰফৰ পৰা৷

মৰিয়নী জংচনত যাত্ৰী সকলক আন দিনাৰ দৰে আজিও মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আদৰণি জনায় আৰু পৰিস্থিতিৰ তদাৰক কৰে৷

কালি দ্বিতীয়খন ৰে’ল অহা সময়ত উপস্থিত থাকি যাত্ৰীসকলৰ বাবে বিধায়ক গৰাকীয়ে নিম্নতম একাপ চাহ আৰু শিশুসকলক বাবে শিশু খাদ্যৰ যোগান ধৰিবলৈ অনুৰোধ কৰিছিল চৰকাৰক।

আজি বিধায়কৰ অনুৰোধত সঁহাৰি জনাই  জংচনত উপস্থিত হোৱা যাত্ৰীসকলৰ বাবে পানীৰ ব্যৱস্থা কৰাত বিধায়ক গৰাকীয়ে ধন্যবাদ জনায় ৰে’ল বিভাগ আৰু জিলা প্ৰশাসনক৷

বিধায়ক গৰাকীয়ে আজি চৰকাৰ আৰু জিলা প্ৰশাসনলৈ অনুৰোধ কৰে যে ৰে’ল যোগে অসমলৈ অহা লোকসকলৰ বাবে ৰে’ল জংচনত বিভিন্ন দায়িত্ব থকা বিষয়া কৰ্মচাৰীসকলৰ বাবে লঘু আহাৰৰ  ব্যৱস্থা কৰিবলৈ৷

নিশাৰ পৰা লঘোণে ভোকে দায়িত্ব পালন কৰা চৰকাৰী বিষয়াসকলৰ বাবে চৰকাৰে নিম্নতম দায়িত্ব পালন কৰিবলৈ অনুৰোধ কৰে বিধায়ক কুৰ্মীয়ে৷

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd