• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আৰু অধিক শক্তিশালী হ’ব ভাৰত-আমেৰিকাৰ বন্ধুত্ব’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2020 4:55 pm
index

ফাইল ফ'টো

3.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হ’ব। এক টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ বিনিময়ত ভেন্টিলেটৰ্ছ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য প্ৰদান কৰিছে।

শনিবাৰে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৰে।

‘‘ধন্যবাদ ড’নাল্ড ট্ৰাম্প। এই মহামাৰীৰ সময়ত আমি সকলোৱে সন্মিলিতভাৱে কাম কৰিছো। এই সময়ত ৰাষ্ট্ৰসমূহে একত্ৰিত হৈ কাম কৰা আৰু আমাৰ বিশ্বখনক স্বাস্থ্যকৰ কৰি ৰখাৰ লগতে কোভিড১৯ৰপৰা মুক্ত কৰাটো গুৰুত্বপূৰ্ণ।’’ মোদীয়ে টুইটাৰত কয়।

‘‘ভাৰত-আমেৰিকাৰ বন্ধুত্বক ইয়ে আৰু অধিক শক্তিশালী কৰি তুলিব।’’ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্প্ৰতি ড’নাল্ড হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ বিনিময়ত ভাৰতক ভেন্টিলেটৰ্ছ প্ৰেৰণৰ কথা টুইটাৰত ঘোষণা কৰিছিল।

‘‘মই এইটো ঘোষণা কৰিবলৈ পাই গৰ্বিত যে ইউনাইটেড ষ্টেটে আমাৰ বন্ধু ভাৰতলৈ ভেন্টিলেটৰ্ছ দান কৰিম। আমি ভাৰত সৈতে আছো।’’ ট্ৰাম্পে টুইটত এইদৰে কৈছিল।

আমেৰিকাই ভেন্টিলেটৰ সমূহ ২০০ খন মোবাইল বিমানেৰে ভাৰতলৈ প্ৰেৰণ কৰিব।

উল্লেখ্য যে এই ভেন্টিলেটৰৰ এটাৰ মূল্য হৈছে ১৩,০০০ ইউ এছ ড’লাৰ, ভাৰতীয় হিচাপত যাৰ মূল্য প্ৰায় ৯.৬ লাখ টকা।

ইয়াৰ বাবে ভাৰতে আমেৰিকাক অতিৰিক্ত প্ৰায় ২.৬ মিলিয়ন এউ এছ ড’লাৰ দিব লাগিব।

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd