• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঈদৰ বজাৰ দেখি ক’ৰ’নাক লৈ শংকিত হৈছে আজমল; কি আহ্বান জনালে মহিলাসকললৈ?

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 17, 2020 10:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ দিন চমু চাপি আহিছে। পবিত্ৰ ৰমজান মান শেষ হোৱাৰ পিছতে ঈদ-উল-ফিতৰ পালন কৰিবলৈ মুছলমান সম্প্ৰদায়ৰ প্ৰতিজন লোকেই যথেষ্ট আগ্ৰহেৰে হৈ থাকে।

কিন্তু এইবাৰ বিশ্বব্যাপী দেখা দিয়া ক’ৰ’না ভাইৰাছৰ মহামাৰীয়ে ঈদৰ আনন্দ ম্লান কৰি পেলাইছে।

Apply Now

আন ৰাজ্যৰ লগতে অসমতো লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অনা হৈছে যদিও চৰকাৰে এতিয়াও ধৰ্মীয় বা কোনোধৰণৰ জনসমাগমৰ অনুমতি দিয়া নাই।

ইয়াৰ মাজতে AIUDFৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি জনাই এক গুৰুত্বপূৰ্ণ আহ্বান।

‘সংবাদ মাধ্যমত দেখিছো, হোজাই, বৰপেটা, কলগাছিয়া আদি বজাৰত আমাৰ মুছলমান মহিলাসকলে বোৰ্খা পিন্ধি ভিৰ লগাই বজাৰলৈ গৈছে। সেইসকললৈ মোৰ প্ৰশ্ন বেমাৰ কিনিবলৈ গৈছে নে কাপোৰ কিনিবলৈ গৈছে?’ আজমলে কয়।

লকডাউন চলি থকাৰ সময়ত যাতে মহিলাসকলে ঈদৰ বজাৰ কৰিবলৈ নাযায় তাৰ আহ্বান জনাই তেওঁ কয়, ‘আপোনালোকে বজাৰৰ পৰা আঁতৰত থাকক। এইবাৰ ঈদত নতুন কাপোৰ পিন্ধাৰ কোনো প্ৰয়োজন নাই। লাখ লাখ মা-ভনী খাবলৈ নাপাই ভোকত আছে।’

আজমলে লগতে কয়, ‘বজাৰৰ পেকেটত আপুনি গম নোপোৱাকৈ ক’ৰ’না বেমাৰ আহিব পাৰে। তেতিয়া ঈদৰ কাপোৰতকৈ ক’ৰ’না কিনি অনা হ’ব। যি বেমাৰে মৃত্যু নমাই আনিব পাৰে আপোনাৰ লগতে পৰিয়ালৰ’।

‘এইবাৰৰ ঈদত নতুন নহয় পুৰণি কাপোৰ ভালদৰে ধুই সকলোৱে পিন্ধিব। এয়া নতুন কাপোৰ লোৱা বতৰ নহয়’ আজমলে কয়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd