• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাৰ FAAMCHত আৰম্ভ ক’ভিড ৰোগীৰ চিকিৎসা, উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 19, 2020 5:36 pm
COVID-19: Barpeta's FAAMCH to take patients from today

বৰপেটাৰ FAAMCHত হিমন্ত বিশ্ব শৰ্মা। ছবি সৌজন্য- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটালত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড-১৯ পজিটিভ ৰোগীৰ চিকিৎসা।

চিকিৎসালয়খনলৈ অহা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে৷

Apply Now

“আজি বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটালত কোকৰাঝাৰৰ এগৰাকী কোভিড পজিটিভ ৰোগীক ভৰ্তি কৰা হ’ব,” তেওঁ জনায়।

মন্ত্ৰীগৰাকীয়ে লগতে জনাই যে, বৰপেটাৰ চিকিৎসা মহাবিদ্যালয়খনৰ লেবৰেটৰীৰ উন্নতি সাধন কৰা হৈছে৷

“পূৰ্বে দৈনিক ৩৫০টা কোভিড টেষ্ট কৰিব পৰা গৈছিল যদিও এতিয়াৰেপৰা দৈনিক ১৫০০ কোভিড টেষ্ট কৰিব পৰা হ’ব,” তেওঁ কয়৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটালখনত এমাহৰ ভিতৰত আইচিইউ বিচনাৰ সংখ্যা ৫০খনলৈ বৃদ্ধি কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷

কোভিড পজিটিভ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হস্পিটালখনত কোনোক্ষেত্ৰত অভাৱ বা সমস্যা  আছে নেকি তাৰ বুজ লোৱাৰ বাবেই আজি মন্ত্ৰীগৰাকী উপস্থিত হয়।

মন্ত্ৰী শৰ্মাই চিকিৎসা মহাবিদ্যালয় হস্পিটালত উপস্থিত হৈ জিলা প্ৰশাসন আৰু হস্পিটাল কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়৷

মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰা, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, হস্পিটালখনৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামী, হস্পিটালখনৰ কোভিড ১৯ ন’ডেল বিষয়া ডাঃ সুৰেশ শৰ্মাকে ধৰি বিভিন্নজনৰ সৈতে আলোচনাত মিলিত হয়৷

আনহাতে, সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীজনে ফাঁচী বজাৰৰ আলু গুডামৰ সংক্ৰমণ শেষ পৰ্যায়ত উপনীত হোৱা বুলি জনায়৷

মন্ত্ৰীগৰাকীয়ে জনায় যে, অসমৰ বাবে ভাল কথা এয়ে যে এতিয়ালৈকে কোৱাৰেন্টাইন হৈ থকা লেকসকলৰ মাজতহে কোভিড সংক্ৰমণৰ ঘটনা হৈ আছে৷

অসমত সামাজিক পৰ্যায়ত এতিয়াও সংক্ৰমণ  হোৱা নাই বুলি উল্লেখ কৰি ইয়াৰ বাবে কোৱাৰেন্টাইনৰ ক্ষেত্ৰত ৰাইজক সহযোগিতা আগবঢ়াবলৈ মন্ত্ৰী শৰ্মাই আহ্বান জনায়।

Tags: COVID-19
পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd