• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিহিং-পাটকাইত হাত নিদিবলৈ সকলো পক্ষকে সকীয়নি আলফা(স্বাধীন)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 1:40 pm
9.1k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে অসমৰ ৮খন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানিক গতাব বিচৰা আৰু দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননত অনুমতি প্ৰদান কৰা বুলি ওলোৱা খবৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন) চমুকৈ আলফা(স্বাঃ)ই।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিৰ জৰিয়তে প্ৰদান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে সংগঠনটোৱে।

বিজ্ঞপ্তিটোত কয় যে জাতীয় অৰ্থনীতি শক্তিশালী কৰাৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তাক আলফাই ঋণাত্মক দৃষ্টিভংগী গ্ৰহণ কৰা নাই।

কিন্তু অসমৰ জাতীয় সম্পদ তৈলক্ষেত্ৰসমূহ বহিৰাগত কোম্পানিক হস্তান্তৰ কৰা কাৰ্য আমি কেতিয়াও সমৰ্থন নকৰো। বৰঞ্চ বহিৰাগত কোম্পানিৰ ক্ষেত্ৰত সংগঠনটোৱে সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তুলিব বুলিহে হুংকাৰ প্ৰদান কৰে।

সংগঠনটোৱে লগতে কয় যে থলগিৰিৰ কোনো ব্যক্তিগত খণ্ডক যদি অসমৰ তৈলক্ষেত্ৰ হস্তান্তৰ কৰিলে সমৰ্থন কৰিব বুলি কয়।

ইফাল দিহি-পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া শুনি আচৰিত হোৱাৰ লগতে এই কাৰ্যক বিৰোধিতা কৰা বুলিও সংগঠনটোৱে বিজ্ঞপ্তিটোত উল্লেখ কৰে।

এই ক্ষেত্ৰত সংগঠনটোৱে দিহিং-পাটকাইত হাত নিদিবলৈ সকলো পক্ষকে সকীয়াই দিয়ে।

কয়লাৰ অবৈধ ব্যৱসায়ত কেৱল মাফিয়াই জড়িত হৈ থকা নাই বুলি উল্লেখ কৰি এই চিণ্ডিকেটত জড়িত সকলৰ তালিকা দীঘলীয়া বুলি কয় সংগঠনটোৱে।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd