• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হেয়াৰ ষ্টাইলিষ্টৰ ৰূপত ক্ৰিকেটৰ ভগৱান শচীন; ভিডিঅ’ চাই মুগ্ধ অনুৰাগী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 3:55 pm
ফটো ইনষ্টাগ্ৰাম ভিডিঅ'ৰ স্ক্ৰিনশ্বট

ফটো ইনষ্টাগ্ৰাম ভিডিঅ'ৰ স্ক্ৰিনশ্বট

3.9k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ ‘ভগৱান’ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক এগৰাকী হেয়াৰ ষ্টাইলিষ্টৰ ৰূপত আপুনি কল্পনা কৰিব পাৰেনে?

হয় হাতত ফনি-কেচি লৈ এজন নিপুন হেয়াৰ ষ্টাইলিষ্টৰ দৰে পুত্ৰৰ চুলি কতাত ব্যস্ত হৈ থকা দেখা গৈছে ক্ৰিকেটৰ এই মহান তাৰকা গৰাকীক।

উল্লেখযোগ্য যে ভাৰতত লকডাউনৰ বাধা-নিষেধ যথেষ্ট পৰিমাণে শিথিল কৰা হৈছে যদিও চেলুন, পাৰ্লাৰ আদি বন্ধ হৈ আছে, যাৰ বাবে ফনি, কেচি, ত্ৰিমাৰ লৈ নিজেই পুত্ৰ অৰ্জুণৰ চুলি কটাত লাগি যায় শচীন।

View this post on Instagram

A post shared by Sachin Tendulkar (@sachintendulkar)

অৰ্জুণৰ চুলি কাটোতে ক্ৰিকেটাৰ গৰাকীক তেওঁৰ জী ছাৰা তেণ্ডুকাৰে সহায় কৰে।

শচীন তেণ্ডুলকাৰে তেওঁৰ ইনষ্টাগ্ৰামত প’ষ্ট কৰা উক্ত ভিডিঅ’টো ফলৱাৰসকলৰ মাজত বিৰাট জনপ্ৰীয় হৈ পৰে। মাত্ৰ ২৪ ঘণ্টাৰ ভিৰতৰত ভিডিঅ’টো ৩০ লাখৰ অধিক ভিউ হয়।

‘এগৰাকী পিতৃ হিচাপে আপুনি চব কৰিব লগা হয়, লাগিলে সেয়া নিজৰ ল’ৰা-ছোৱালীৰ সৈতে গে’ম খেলা, তেওঁলোকৰ লগত জিম কৰা আনকি তেওঁলোকৰ চুলিও কাটিব লাগিব।‘ প’ষ্টটোত তেওঁ এইদৰে লিখে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd