• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিচিং স্বায়ত্ত শাসিত পৰিষদে গাহৰি গড়ালত চলালে চেনিটাইজেশ্যন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
May 21, 2020 2:29 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

78.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত গাহৰিৰ দেহত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰে গাহৰি পালক সকলৰ জীৱনলৈ অমানিশা নমাই আনিছে।

ইতিমধ্যে পশু পালন বিভাগে কেইবাখনো জিলাত হাজাৰ-হাজাৰ গাহৰিৰ মৃত্যু হোৱাত সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাহৰিৰ কিনা-বেচা, গাহৰি মাংস বিক্ৰী বন্ধ কৰি দিছে।

গাহৰিৰ এই অস্বাভাৱিক মৃত্যু ৰোধ কৰিবৰ বাবে বিভাগৰ উপৰি বিভিন্ন স্থানত বেচৰকাৰী সংস্থা সমূহে গাহৰিৰ গড়ালকে ধৰি গাহৰিৰ বিচৰণ ঠাই সমূহত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে।

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ অঞ্চল, বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে।

যুৱ নেতা হৰেন ৰিচঙৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ নেওগকে ধৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকী ক্ষেত্ৰ সহায়কে সহযোগিতা আগবঢ়ায়।

গাহৰি পালন যিহেতু মিচিং জনগোষ্ঠীৰ পৰম্পৰা, সেয়ে এই সংগঠনটোৱে তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ অঞ্চলতে গাঁৱৰ তথা এম এ চিৰ সদস্যৰ সহায়ত ঘৰে ঘৰে গৈ গাহৰি গড়ালসমূহ পৰিস্কাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd