• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিচিং স্বায়ত্ত শাসিত পৰিষদে গাহৰি গড়ালত চলালে চেনিটাইজেশ্যন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
May 21, 2020 2:29 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত গাহৰিৰ দেহত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰে গাহৰি পালক সকলৰ জীৱনলৈ অমানিশা নমাই আনিছে।

ইতিমধ্যে পশু পালন বিভাগে কেইবাখনো জিলাত হাজাৰ-হাজাৰ গাহৰিৰ মৃত্যু হোৱাত সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাহৰিৰ কিনা-বেচা, গাহৰি মাংস বিক্ৰী বন্ধ কৰি দিছে।

Apply Now

গাহৰিৰ এই অস্বাভাৱিক মৃত্যু ৰোধ কৰিবৰ বাবে বিভাগৰ উপৰি বিভিন্ন স্থানত বেচৰকাৰী সংস্থা সমূহে গাহৰিৰ গড়ালকে ধৰি গাহৰিৰ বিচৰণ ঠাই সমূহত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে।

যোৰহাট জিলাৰ টীয়কৰ জাঁজীমুখ অঞ্চল, বাঁহফলা অঞ্চলকে ধৰি কেইবাটাও অঞ্চলত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত যোৰহাট জিলাৰ পশুপালন বিভাগৰ সহযোগত ছেনিটাইজেচনৰ ব্যৱস্থা কৰিছে।

যুৱ নেতা হৰেন ৰিচঙৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা এই কাৰ্যসূচীত পশু চিকিৎসক ডাঃ প্ৰবীন কুমাৰ নেওগকে ধৰি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাগৰাকী ক্ষেত্ৰ সহায়কে সহযোগিতা আগবঢ়ায়।

গাহৰি পালন যিহেতু মিচিং জনগোষ্ঠীৰ পৰম্পৰা, সেয়ে এই সংগঠনটোৱে তেওঁলোকৰ অধীনস্থ প্ৰায়বোৰ অঞ্চলতে গাঁৱৰ তথা এম এ চিৰ সদস্যৰ সহায়ত ঘৰে ঘৰে গৈ গাহৰি গড়ালসমূহ পৰিস্কাৰ কৰাৰ লগতে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বিদ্যুৎ প্ৰকল্পৰ নামত ৩২ হাজাৰ গছ কাটিব চৰকাৰে, উচ্ছেদৰ আশংকাত নিদ্ৰা হৰিছে ১৫০ জনজাতীয় পৰিয়ালৰ

মহাৰাষ্ট্ৰত বিদ্যুৎ প্ৰকল্পৰ নামত ৩২ হাজাৰ গছ কাটিব চৰকাৰে, উচ্ছেদৰ আশংকাত নিদ্ৰা হৰিছে ১৫০ জনজাতীয় পৰিয়ালৰ

November 3, 2026 9:15 pm
ডিব্ৰু-ছৈখোৱাত তেল-গেছৰ সন্ধানৰ অনুমতি বিচাৰি অইলৰ আবেদন, কেন্দ্ৰ আৰু অসম চৰকাৰক উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ডিব্ৰু-ছৈখোৱাত তেল-গেছৰ সন্ধানৰ অনুমতি বিচাৰি অইলৰ আবেদন, কেন্দ্ৰ আৰু অসম চৰকাৰক উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

November 3, 2026 8:50 pm
৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ ৰোমাঞ্চকৰ যুঁজ, কেইবাখনো জিলাত ছেমি ফাইনেলৰ ফল ঘোষণা

November 3, 2026 8:22 pm
গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পানীৰ টেংকীত মৃত বান্দৰ, অসুস্থ ৫০ৰো অধিক শিক্ষাৰ্থী

November 3, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বিদ্যুৎ প্ৰকল্পৰ নামত ৩২ হাজাৰ গছ কাটিব চৰকাৰে, উচ্ছেদৰ আশংকাত নিদ্ৰা হৰিছে ১৫০ জনজাতীয় পৰিয়ালৰ

মহাৰাষ্ট্ৰত বিদ্যুৎ প্ৰকল্পৰ নামত ৩২ হাজাৰ গছ কাটিব চৰকাৰে, উচ্ছেদৰ আশংকাত নিদ্ৰা হৰিছে ১৫০ জনজাতীয় পৰিয়ালৰ

November 3, 2026 9:15 pm
ডিব্ৰু-ছৈখোৱাত তেল-গেছৰ সন্ধানৰ অনুমতি বিচাৰি অইলৰ আবেদন, কেন্দ্ৰ আৰু অসম চৰকাৰক উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ডিব্ৰু-ছৈখোৱাত তেল-গেছৰ সন্ধানৰ অনুমতি বিচাৰি অইলৰ আবেদন, কেন্দ্ৰ আৰু অসম চৰকাৰক উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

November 3, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd