• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ড: ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2020 6:47 am
Hajo-Sanatan-Das-696x375

সনাতন ডেকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজোৰ মনাহকুচিৰ সনাতন ডেকাৰ নৃশংস হত্যাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

লুৰিনে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰৰ গৃহ বিভাগ তথা আৰক্ষী প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

Apply Now

এক ফেচবুক পোষ্টযোগে গগৈয়ে লিখি কয়, “দিনৰ পোহৰতে এটা দুৰ্ঘটনাৰ আলম লৈ এনেকৈ মৰিয়াই মানুহ মৰাৰ সাহস পোৱা কাৰ্য সভ্য সমাজৰ বাবে ভয়ংকৰ| প্ৰশাসন, আইনলৈ ন্যূনতমো ভয়,সন্মান নথকা পৰিৱেশ এটা অসমত গঢ় ল’বলৈ পাইছে। চৰকাৰৰ গৃহ বিভাগ,আইন বলৱৎকাৰী সংস্থাসমূহ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।”

ইপিনে সনাতন ডেকা নামৰ শাক পাচলি ব্যৱসায়ীজনক পাঁচ দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰা ঘটনাটোক উদ্বেগজনক আখ্যা দিছে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

IMG-20200525-WA0004

“যোৱা ২২মে’, ২০২০ত হাজোৰ মনাহকুচি গাঁৱত সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীগৰাকীৰ হত্যা অত্যন্ত উদ্বেগজনক খবৰ।”

তদুপৰি, সনাতনৰ পাঁচ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰে গগৈয়ে।

“সনাতন ডেকাৰ হত্যাকাৰীয়ে কঠোৰতম আইনী শাস্তি পাব লাগে আৰু চৰকাৰৰ গৃহবিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন, যাতে দুনাই এনে ঘটনা সংঘটিত হ’ব নোৱাৰে।”

Screenshot_20200525-010957

আনহাতে, এচামে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটোও অত্যন্ত গৰিহণা যোগ্য বুলি উল্লেখ কৰি লুৰিণে কয়, “হাজো সাম্প্ৰদায়িক ঐক্যৰ সমন্বয়স্থলী। এখন নিৰ্বাচিত চৰকাৰ,গৃহ বিভাগ থকাৰ পিছতো কিদৰে এনে ঘটনা সংঘটিত হৈছে আৰু তাক ৰোধ কৰাৰ বাবে চৰকাৰ ব্যৰ্থ হোৱাটোৱে সমাজত সাম্প্ৰদায়িক আৰু নেতিবাচক বাৰ্তাবহন কৰে।”

উল্লেখযোগ্য যে অভিযুক্ত ফইজুল আলি,নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান আলি বৰ্তমানো পলাতক অৱস্থাত আছে। হাজোৰ মনাহকুচিত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

ইপিনে, টুইটাৰযোগে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীৰ উচিত শাস্তি দাবী কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ কয় যে যিহেতু চৰকাৰৰ হাতত খৱৰ আছে, গতিকে হত্যাকৰাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd