DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ড: ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2020 6:47 am
Hajo-Sanatan-Das-696x375

সনাতন ডেকা।

2.1k
VIEWS
Share on FacebookShare on Twitter

হাজোৰ মনাহকুচিৰ সনাতন ডেকাৰ নৃশংস হত্যাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

লুৰিনে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰৰ গৃহ বিভাগ তথা আৰক্ষী প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

এক ফেচবুক পোষ্টযোগে গগৈয়ে লিখি কয়, “দিনৰ পোহৰতে এটা দুৰ্ঘটনাৰ আলম লৈ এনেকৈ মৰিয়াই মানুহ মৰাৰ সাহস পোৱা কাৰ্য সভ্য সমাজৰ বাবে ভয়ংকৰ| প্ৰশাসন, আইনলৈ ন্যূনতমো ভয়,সন্মান নথকা পৰিৱেশ এটা অসমত গঢ় ল’বলৈ পাইছে। চৰকাৰৰ গৃহ বিভাগ,আইন বলৱৎকাৰী সংস্থাসমূহ চূড়ান্তভাৱে ব্যৰ্থ হৈছে।”

ইপিনে সনাতন ডেকা নামৰ শাক পাচলি ব্যৱসায়ীজনক পাঁচ দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰা ঘটনাটোক উদ্বেগজনক আখ্যা দিছে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

IMG-20200525-WA0004

“যোৱা ২২মে’, ২০২০ত হাজোৰ মনাহকুচি গাঁৱত সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীগৰাকীৰ হত্যা অত্যন্ত উদ্বেগজনক খবৰ।”

তদুপৰি, সনাতনৰ পাঁচ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী কৰে গগৈয়ে।

“সনাতন ডেকাৰ হত্যাকাৰীয়ে কঠোৰতম আইনী শাস্তি পাব লাগে আৰু চৰকাৰৰ গৃহবিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন, যাতে দুনাই এনে ঘটনা সংঘটিত হ’ব নোৱাৰে।”

Screenshot_20200525-010957

আনহাতে, এচামে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটোও অত্যন্ত গৰিহণা যোগ্য বুলি উল্লেখ কৰি লুৰিণে কয়, “হাজো সাম্প্ৰদায়িক ঐক্যৰ সমন্বয়স্থলী। এখন নিৰ্বাচিত চৰকাৰ,গৃহ বিভাগ থকাৰ পিছতো কিদৰে এনে ঘটনা সংঘটিত হৈছে আৰু তাক ৰোধ কৰাৰ বাবে চৰকাৰ ব্যৰ্থ হোৱাটোৱে সমাজত সাম্প্ৰদায়িক আৰু নেতিবাচক বাৰ্তাবহন কৰে।”

উল্লেখযোগ্য যে অভিযুক্ত ফইজুল আলি,নজদিন আলি, ছবিৰ আলি, ইউচুফ আলি আৰু ফিৰজাহান আলি বৰ্তমানো পলাতক অৱস্থাত আছে। হাজোৰ মনাহকুচিত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

ইপিনে, টুইটাৰযোগে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীৰ উচিত শাস্তি দাবী কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ কয় যে যিহেতু চৰকাৰৰ হাতত খৱৰ আছে, গতিকে হত্যাকৰাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd