• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবাৰ সুস্থ হৈ উঠাৰ পিছত পুনৰ কোভিড-১৯ত আক্ৰান্ত হ’ল বোকাখাতৰ বন্তি শইকীয়া

উত্তম শইকীয়া by উত্তম শইকীয়া
May 27, 2020 4:56 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া এবাৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছত পুনৰবাৰ কোভিড-১৯ত আক্ৰান্ত হৈছে।

জানিব পৰা মতে দিল্লীৰ পৰা বোকাখাতলৈ উভতি আহি কাজিৰঙাৰ কহঁৰাৰ জোনাকী কাৰেঙত কোৱাৰেণ্টাইনত থকা বন্তি শইকীয়াৰ স্বাব টেষ্টত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

Apply Now

উল্লেখযোগ্য যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পতি আৰু এগৰাকী সম্পৰ্কীয় যুৱকৰ সৈতে দিল্লীত থকাৰ সময়ত বন্তি শইকীয়াৰ লগতে তিনিওজন ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

কোভিড-১৯ আক্ৰন্ত হৈ তেওঁৰ পতি অজিত শইকীয়াৰ মৃত্যু হৈছিল যদিও চিকিৎসকে বন্তি শইকীয়া আৰু তেওঁলোকৰ লগত যোৱা যুৱকজনক সুস্থ হৈ উঠা বুলি জনোৱাত তেওঁলোক বোকাখাতলৈ উভটি আহে আৰু জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি হয়।

আজি স্বাব টেষ্টিঙত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত ৩০গৰাকী আন ৰোগীৰ লগতে বন্তি শইকীয়াকো চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয়। কোনো লক্ষণ নেদেখুৱাকৈয়ে কৰ্কট ৰোগী বন্তি শইকীয়া পুনৰ কোভিড-১৯ত আক্ৰান্ত হোৱাতো বিশেষ মন কৰিবলগীয়া।

উল্লেখযোগ্য যে বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ বাবে থকা বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ১০১জন লোকৰ ৩১জনৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ২৯জন মহাবিদ্যালয়খনৰ ছাত্ৰ নিৱাসত আৰু ২ গৰাকী ছাত্ৰী নিৱাসত আছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd