• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰত সোমাই আছিল কোভিড-১৯ পজিটিভ ধৰা পৰা বাছচালক, আতংকিত বোকাখাতবাসী

উত্তম শইকীয়া by উত্তম শইকীয়া
May 27, 2020 5:48 pm
1862 persons test COVID-19 positive in Assam on Friday

প্ৰতিনিধিত্বমূলক ছবি

8.2k
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ পৰা আহি স্বাস্থ্য পৰীক্ষা নকৰাই ঘৰত সোমাই থকা বোকাখাতৰ এগৰাকী বাছ চালকৰ শৰীৰত আজি কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত নগৰখনৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে শইকীয়া উপাধিৰ বাছ চালক গৰাকীয়ে যোৱা ১৮ মে’ত একাংশ শ্ৰমিকক লৈ বোকাখাতৰ পৰা বিহাৰলৈ গৈছিল। ২০ মে’ত তাৰ পৰা উভটি আহি চালকজনে গুৱাহাটীৰ আই এচ বি টিৰ ওচৰত নিশা কটাই ২৩ মে’ত বোকাখাত পায়হি।

উল্লেখযোগ্য যে বোকাখাতলৈ আহি থকা সময়ত কহঁৰাত স্বাস্থ্য পৰীক্ষাৰ বাবে ৰখোৱা হৈছিল তেওঁ তাৰ পৰা পলাই জ’ন ট্ৰেভেলচৰ অধীনত চলা এখন বাছেৰে আহি বোকাখাতত পায়হি।

বোকাখাতৰ ৪নং ৱাৰ্ডৰ এটা ভাড়া ঘৰত প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা সময় লুকাই থকা অৱস্থাত চালকজনক বোকাখাত প্ৰশাসনে কৰায়ত্ব কৰি জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

আজি উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰটোত ধৰা পৰা কভিড-১৯ পজিটিভৰ তেওঁও এজন। ইয়াৰ পিছতে বোকাখাত মহকুমা প্ৰশাসনে নগৰখনৰ ৪নং ৱাৰ্ডৰ ৰূপালীম পথত তেওঁ থকা ভাড়া ঘৰৰ লগতে সমূহ প্ৰতিৱেশীক সম্প্ৰতি কন্টেনমেন্ট কৰিছে।

ইয়াৰ উপৰি মহকুমা প্ৰশাসনে চালকজনৰ ভ্ৰমন তথ্যও সংগ্ৰহ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ বাবে থকা বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ১০১জন লোকৰ ৩১জনৰ শৰীৰত কভিড-১৯ পজিটিভ ধৰা পৰে। ইয়াৰে ২৯জন মহাবিদ্যালয়খনৰ ছাত্ৰ নিৱাসত আৰু ২ গৰাকী ছাত্ৰী নিৱাসত আছিল।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd